• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘Gpay’ৰ নতুন সংস্কৰণ! স্কেন কৰিলে দেখা পাব বিজেপি চৰকাৰৰ দুৰ্নীতি

by
April 13, 2024 2:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় ‘ই-ৱালেট’ জীপেৰ শৈলীত নিৰ্মিত এখন পোষ্টাৰ। পোষ্টাৰ সন্নিৱিষ্ট হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি! তামিলনাডুত নিৰ্বাচনৰ পূৰ্বে এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। বিজেপিৰ অভিযোগ যে প্ৰধানমন্ত্ৰীক বদনাম কৰিবলৈ ৰাজ্যজুৰি এই পোষ্টাৰখন প্ৰচাৰ কৰা হৈছে।

লগতে পঢ়ক: ভোটদাতাসকলৰ দায়িত্ব

একৰঙী পোষ্টাৰখনত মোদীৰ ছবিৰ ওপৰত তামিল ভাষাত ‘জী’ লিখা আছে। তাৰ পাছত ইংৰাজীত ‘পে’। প্ৰসংগক্ৰমে ‘জী’ হিন্দীত সন্মানীয় হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকী বিজেপিৰ নেতা-কৰ্মীৰ মাজত ‘মোডীজী’ নামেৰে জনাজাত। পোষ্টাৰত মোদীৰ ছবিখন আচলতে এটা ‘QR code’! এই QR code স্মাৰ্টফোনত স্কেন কৰিলে দেখা পাব বিজেপিৰ বিভিন্ন বিষয় যেনে নিৰ্বাচনী বণ্ডৰ দুৰ্নীতি আৰু ধন সৰবৰাহ আদি।

লগতে পঢ়ক: ২০২০ চনৰ পৰা অসমৰ ৯ জন বিজেপিৰ সাংসদে MPLAD আঁচনি ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে: RTI তথ্য

পোষ্টাৰখনত মোদীৰ ছবিৰ তলত ইংৰাজী আৰু তামিল ভাষাত স্মাৰ্টফোনত ‘QR code’ স্কেন কৰাৰ বিষয় লিখা আছে। লগতে ‘কেলেংকাৰী’ (দুৰ্নীতি) শব্দটো দুয়োটা ভাষাতে লিখা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই পোষ্টাৰখনৰ দায়িত্ব এতিয়াও কোনো ৰাজনৈতিক দল বা মিত্ৰজোঁটে লোৱা নাই।

লগতে পঢ়ক: পৰম্পৰা! এশ এবিধ শাক কি কি জানেনে? জানি লওক গৰু বিহুত খোৱা ১০১ বিধ শাকৰ নাম

প্ৰসংগক্ৰমে যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ সময়ত তামিলনাডুৰ চুবুৰীয়া ৰাজ্য কৰ্ণাটকতো একেধৰণৰ পোষ্টাৰ দেখা গৈছিল। সেই পোষ্টাৰখনত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল ‘পে চি এম’। আৰু তাত আছিল ই-ৱালেটৰ QR স্কেনকোড, তাৰ তলত তেতিয়াৰ মুখ্যমন্ত্ৰী, বিজেপি নেতা বাসৱৰাজ বোমাইৰ ফটো আছিল। তলত লিখা আছিল- ‘৪০ শতাংশ লোৱা হৈছে’।সেই সময়ত পোষ্টাৰখনক লৈ বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আয়োগৰ নিৰ্দেশত আৰক্ষীয়ে সেই সকলোবোৰ পোষ্টাৰ আঁতৰাই দিলেও কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাজয় ৰোধ কৰিব নোৱাৰিলে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd