• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰম্পৰা! এশ এবিধ শাক কি কি জানেনে? জানি লওক গৰু বিহুত খোৱা ১০১ বিধ শাকৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2024 10:25 am
3.2k
VIEWS
Share on FacebookShare on Twitter

অসমীয়াই গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা অতীজৰে পৰাই পালন কৰি অহা হৈছে। গৰু বিহুৰ দিনা সন্ধিয়া এশ এবিধ শাকৰ আঞ্জা খোৱাটো অসমীয়া সমাজৰ এক পুৰণিকলীয়া পৰম্পৰা।

কিন্তু আজিৰ প্ৰজন্মৰ বেছিভাগেই নাজানে এই এশ এবিধ শাকৰ পৰম্পৰাৰ কথা। আনকি নাজানে শাক সমূহৰ নামো। অৱশ্যে ইয়াৰে যথেষ্ট সংখ্যক শাক আজিকালি পাবলৈয়ে নোহোৱা হ’ল।

সেয়ে আজিকালি গৰু বিহুৰ দিনা গধূলি সম্পূৰ্ণ এশ এবিধ শাকৰ পৰিৱৰ্তে মাত্ৰ কেইবিধমান শাকেৰেই এই আঞ্জা প্ৰস্তুত কৰি পৰম্পৰাটো ৰক্ষা কৰা হয়।

এই শাকসমূহ হৈছে এক প্ৰকাৰৰ বন দৰৱ। বহুতো ঔষধি গুণেৰে পৰিপুষ্ট এই শাকসমূহ বিহুৰ পৰম্পৰা বুলিয়েই নহয়, মাজে সময়ে মানুহে নিজৰ স্বাস্থ্যৰ উপকাৰিতাৰ বাবেও খাই থকা উচিত।

গৰু বিহুত খোৱা এশ এবিধ শাকৰ নাম-

সৰু মানিমুনি, বৰ মানিমুনি, মচন্দৰী, নৰসিংহ , তিতা ভেঁকুৰী , পনৌনৌৱা, ভেদাইলতা, ঢেঁকীয়া, তিতামৰা, টেঙেচি, চজিনা, কালমেঘ, জিলমিল, কচুঠুৰি, কলমৌ শাক, কেহৰাজ, খুতুৰা শাক, কাটা খুতুৰা, গাজৰ, লাইজাবৰি, শুকলতি, দহিকচু, ওলকচু, টিকনিবৰুৱা, ধনিয়া পাত, চুকাশাক, দোৰোণবন, নেফাফু, পদিনা, পুৰৈশাক, পালেংশাক, পাতেগজা, পানীটেঙেচ, ব্ৰাহ্মীশাক, বাহক তিতা, ভাঙৰ পাত, মহাভৃংগৰাজ, মটৰ মাহ, মহানিম, মেথিশাক, মূলা, মালভোগ শাক, মৰিচা শাক, মানকচু, সৰিয়হ শাক, কাচকল, বনজালুক, টেঙামৰা, তিতাফুল, চেংমৰা, মধুসোলেং, তিতা কেৰেলা, কপৌঢেঁকীয়া, বেতগাজ, তেজপাত, তিয়ঁহ, চিৰতা, কেঁচা জলকীয়া, কালজিৰা, উৰহী, পচলা, কঁঠাল, অমিতা, ৰঙালাউ, মৰলীয়া, বাবৰিশাক, হেলচি শাক, শুহনিবন, তিতাফুল, মোৱা, বকফুল, ভাতকেৰেলা, আদা, হালধি, ভূতমলা, ফুটকলা, জেতুলীপকা, কলডিল, বিলাহী, চয়াবিন, নহৰু, পিয়াঁজ, জালুক, ৰঙাআলু, আলু, পানীলাউ, ৰঙা মৰিচা, ভোট জলকীয়া, কাজিনেমু, শেৱালি ফুল, বেঙেনা, জিকা, ভোল, ফেচবিন, ভেন্দি, মানধনিয়া, লেচেৰামাহ, হাতীভেঁকুৰি, ভুঁই আমলখি, ধঁপাত তিতা। 

Recent News

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd