• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহোম ৰয়েল ছ’চাইটিৰ উদ্যোগত চ্যুকাফা দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 2, 2019 9:07 pm
20191202_094606

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিৰ জনক চাওল্যুং চ্যুকাফাৰ সমাধি ক্ষেত্ৰত আজি আহোম ৰয়েল ছ’চাইটি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চ্যুকাফা দিৱস (অসম  দিৱস ) পালন কৰা হয়। চৰাইদেউ জিলাৰ দ’লবাগানৰ নাংকুৰি পাহাৰৰ কাষত যোৱা তিনিটা বছৰৰ পূৰ্বে আৱিস্কাৰ হোৱা চ্যুকাফাৰ সমাধি ক্ষেত্ৰত চ্যুকাফা দিৱস অনুষ্ঠিত কৰা হয়।

আহোম ৰয়েল ছ’চাইটিৰ শিৱসাগৰ জিলাৰ সভাপতি মণিৰুল ইছলাম বড়াই আঁত ধৰা অনুষ্ঠানটোত আহেম ৰয়েল চ’ছাইটিৰ কেন্দ্ৰীয় সভাপতি কমলা ৰাজকোঁৱৰ, আহোম ৰয়েল চ’ছাইটিৰ উপদেষ্টা তথা আলফাৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ ওৰফে অৰবিন্দ ৰাজখোৱাই চাও ল্যুং চ্যুকাফাৰ সমাধিত বন্তি প্ৰজ্বনল কৰাৰ লগতে বীৰ পুৰুষ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।

Apply Now

আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই কয়, “বহুটো ৰাজনীতিবিদে চাওল্যুং চ্যুকাফাৰ নামত ভোট লৈ মন্ত্ৰী বিধায়ক হৈছে,  বহু ব্যক্তিয়ে চ্যুকাফাৰ নামত বুৰঞ্জী লিখি বুৰঞ্জীবিদ হৈছে কিন্তু তেনে কোনো এজন ব্যক্তিয়ে এইগৰাকী মহান মুনিষীৰ প্ৰকৃত মৈডামটো উদ্ধাৰ কৰাত অলপো গুৰুত্ব নিদিলে।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯৫২ চনৰ পৰা ২০১৪ চনলৈকে চৰাইদেউত ৪২ জন স্বৰ্গদেউক শ্ৰদ্ধাঞ্জলি জনাই আহিছিল। সেই ৪২ জন স্বৰ্গদেউৰ ভিতৰত চ্যুকাফাক ও শ্ৰদ্ধাঞ্জলি জনাই আহিছিল।

শেহতীয়াকৈ তৰ্পন সমিতি আৰু স্থানীয় ৰাইজ তথা জাতীয় দল সংগঠনৰ প্ৰচেষ্টাত এখনি বুৰঞ্জী বিশেষজ্ঞ কমিটি গঠন কৰা হৈছিল আৰু সেই কমিটিখনে বুৰঞ্জীৰ পাত লুটিয়াই আৰু বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত এই মৈডামটো আৱিস্কাৰ কৰিলে আৰু এইটোৱেই চাও ল্যুং চ্যুকাফাৰ মৈডাম বুলি নিশ্চিত কৰিলে।

আলফাৰ সভাপতি গৰাকীয়ে লগতে কয়, ‘চৰকাৰে এই মৈডাম উদ্ধাৰ হোৱাৰে পৰা কোনো এজন মন্ত্ৰী বিধায়ক আহি ইয়াত উপস্থিত হোৱা নাই। কিন্তু এই মৈডামটো সংৰক্ষণৰ বাবে কোটি কোটি টকা আবন্টন দিছে বুলি বাতৰিত প্ৰকাশ পাইছে যদিও চৰাইদেউ জিলা প্ৰশাসনৰ লগত আমি কথা পতাত মাত্ৰ ১ কোটি টকাহে লাভ কৰিছে বুলি জানিবলৈ দিয়ে।

‘চৰকাৰে নকৰিলেও আমি আমাৰ পিতৃ পুৰুষৰ মৈডাম সংৰক্ষণ কৰিম। এইটো আমাৰ জাতীয় দায়িত্ব। এই দায়িত্ব আমি পালন কৰিম’। এই মন্তব্য আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ।

আজিৰ এই অনুষ্ঠানত থাইলেণ্ডৰ পৰা অহা বহুকেইজন বৌদ্ধ ভ্ৰান্তে উপস্থিত থাকে।

উল্লেখ্য যে ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোন)ত পাটকাই পৰ্বত পাৰ হৈ সুদুৰ মাওল্যুঙৰ পৰা ছৌ কা ফা অথবা চ্যুকাফা নামৰ বীৰ পুৰুষ গৰাকী অসমলৈ আহিছিল। এইগৰাকী চ্যুকাফাই সাতৰাজ সামৰি এক ৰাজ কৰি গঢ় দিছিল সাহিত্য, কৃষ্টি, সংস্কৃতিৰে ভৰপূৰ অসমীয়া নামৰ এটা জাতিৰ।

বৰ অসম গঢ়াৰ ক্ষেত্ৰত চ্যুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনায় ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰৰ দিনটো অসম দিৱস বা চ্যুকাফা দিৱস হিচাপে পালন কৰি আহিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd