• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্মানীয় ‘অৰ্জুন বঁটা’ৰ বাবে প্ৰেৰণ মিজোৰামৰ ফুটবলাৰ জেজেৰ নাম

জেজেৰ লগতে ভাৰতীয় ফুটবল দলৰ গ'লৰক্ষক গুৰপ্ৰীত সিঙৰ নামো প্ৰেৰণ কৰিছে ভাৰতীয় ফুটবল সংস্থাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 29, 2019 5:34 pm

2 min read

Jeje-Lalpekhlua

ফাইল ফটো : জেজে

1.5k
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মিজোৰামৰ প্ৰতিভাৱান ফুটবলাৰ তথা ভাৰতীয় দলৰ অনুভৱী ফৰৱাৰ্ড জেজে লালপেখলুয়াৰ নামটো প্ৰেৰণ কৰিছে ভাৰতীয় ফুটবল ফেডাৰেশ্যনে। জেজেৰ লগতে ভাৰতীয় দলৰ গ’ল ৰক্ষক গুৰপ্ৰীত সিঙৰ নামো প্ৰেৰণ কৰা বুলি ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক কুশল দাসে জানিবলৈ দিয়ে।

উল্লেখ্য যে ফেডাৰেশ্যনে ২০১৭ চনৰ পৰাই মিজোৰামৰ এইগৰাকী ফুটবলাৰৰ লগতে সিঙৰ নামটো অৰ্জুন পুৰষ্কাৰৰ বাবে প্ৰেৰণ কৰি আহিছে। কিন্তু দুয়োবাৰে অৰ্জুন বঁটা সমিতিয়ে তেওঁলোকৰ প্ৰস্তাব নাকচ কৰা পৰিলক্ষিত হৈছিল। যদি সমিতিয়ে দুয়োগৰাকী ফুটবলাৰৰ নাম এইবাৰো নিৰ্বাচন নকৰে তেন্তে ক্ৰমাগত তৃতীয়বাৰৰ বাবে উপেক্ষিত হৈ ৰ’ব উত্তৰ-পূবৰ এইগৰাকী প্ৰতিভাৱান ফুটবলাৰ।

অৰ্জুন আৰু পদ্মশ্ৰী বঁটা প্ৰাপক তথা ভাৰতীয় ফুটবলৰ আটাইতকৈ সফলতম অধিনায়ক সুনীল চেত্ৰীৰ পাছতে জেজে আৰু সিন্ধু ভাৰতৰ হৈ বেছি সংখ্যক খেলত প্ৰতিনিধিত্ব কৰা খেলুৱৈ।

ভাৰতীয় দলৰ অধিনায়ক সুনীল চেত্ৰীৰ সৈতে যুটী বান্ধি বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা জেজেয়ে এই পৰ্যন্ত ভাৰতৰ হৈ ২৩টা গ’ল কৰিবলৈ সক্ষম হৈছে। মিজোৰামৰ ২৮ বছৰীয়া ফুটবলাৰগৰাকী বৰ্তমান চেন্নাইন এফ চিত চুক্তিবদ্ধ হৈ আছে।

আনহাতে বৰ্তমান বেংগালুৰু এফ চিৰ সৈতে চুক্তিবদ্ধ হৈ থকা গুৰপ্ৰীত সিং হৈছে একমাত্ৰ ভাৰতীয় ফুটবলাৰ যিয়ে ২০১৬ত য়ুৰোপিয়ান টপ ডিভিজনৰ কম্পেটেটিভ মেচ খেলিবলৈ সুযোগ পাইছিল। খেলুৱৈগৰাকীয়ে তেতিয়া নৰৱে’ৰ ক্লাব ষ্টেবেইক (Stabaek)ৰ হৈ চুক্তবদ্ধ হৈ আছিল।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd