DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুশান্তক হত্যা কৰা হৈছিল নে আত্মহত্যা কৰিছিল? কি কয় এইমছৰ ফৰেনচিক প্ৰতিবেদনে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 2:59 pm
a sushant
274
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি জোকাৰণিৰ সৃষ্টি কৰা বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যকলৈ আজিও  মানুহৰ মনত সন্দেহৰ উদ্ৰেক ঘটি আহিছে।

সুশান্তৰ পৰিয়ালৰ লগতে আন বহু জনে সুশান্তই আত্মহত্যা কৰাৰ সলনি তেওঁক হত্যাহে কৰা হৈছিল বুলি কৈ আহিছে।

এই ক্ষেত্ৰত বহুতে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীলৈ সন্দেহৰ আঙুলি টোৱাইছে।

এনে সময়তে আজি এইমছৰ ফৰেনচিক প্ৰতিবেদনত এই কথা স্পষ্ট ভাবে উল্লেখ কৰা হৈছে যে সুশান্ত সিং ৰাজপুতক কোনেও হত্যা কৰা নাছিল।

ইয়াৰ বিপৰীতে তেওঁ আত্মহত্যাহে কৰিছিল। ৩৪ বছৰীয়া অভিনেতা জনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰথমেই মুম্বাই আৰক্ষীয়ে এই বুলি প্ৰকাশ কৰিছিল যে সুশান্তই আত্মহত্যাহে কৰিছিল।

কিন্তু বহুতেই বিষয়টো সহজ ভাবে ল’ব নোৱাৰাৰ বাবেই এইমছৰ ফৰেনচিক বিভাগক সুশান্তৰ মৃত্যুৰ কাৰণ উদ্ঘাটন কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছিল।

বিভিন্ন তথ্য প্ৰমাণৰ ভিত্তিত আজি এইমছৰ ফৰেনচিক বিভাগে প্ৰকাশ কৰে যে অভিনেতা সুশান্ত সিং ৰাজপুতক হত্যা কৰা হোৱা নাছিল, তেওঁ আত্মহত্যাহে কৰিছিল।

সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈ মুম্বাই আৰক্ষীৰ লগতে নাৰকটিকছ বিভাগে বলীউডৰ ড্ৰাগছৰ সাম্ৰাজ্য খনৰ তথ্যহেউদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।

এই সন্দৰ্ভত ইতিমধ্যে কেইবাজনো লোকক গ্ৰেপ্তাৰো কৰা হৈছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd