• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই-ফাৰ্মাচী উঠাই দিয়াৰ দাবীত ২০ মে’ত ঔষধৰ বিপনী বন্ধৰ আহ্বান; ৰাইজৰ দুৰ্দশাৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:34 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ই-ফাৰ্মাচীৰ বিৰুদ্ধে আন্দোলনক আৰু অধিক শক্তিশালী কৰাৰ বাবে অল ইণ্ডিয়া অৰ্গেনাইজেচন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে অহা ২০ মে’ত দেশজুৰি ঔষধৰ বিপণী বন্ধ কৰাৰ আহ্বান জনাইছে।

সংগঠনে দাবী কৰিছে যে তেওঁলোকৰ নিয়ন্ত্ৰণত প্ৰায় ১২.৪০ লাখ ঔষধৰ বিপনী আছে। ফলত সেইদিনা সমগ্ৰ দেশতে ঔষধ ক্ৰয়-বিক্ৰয়ৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ ভয়াৱহভাৱে ব্যাহত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

Apply Now

ইতিমধ্যে এআইঅ’চিডিয়ে আনুষ্ঠানিক বিবৃতি প্ৰস্তুত কৰি জিলা পৰ্যায়ৰ নেতৃত্বলৈ প্ৰেৰণ কৰাৰ লগতে দেশৰ বিভিন্ন জিলা দণ্ডাধীশক দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সংগঠনটোৰ এই সিদ্ধান্তৰ বাবে সাধাৰণ মানুহ, বিশেষকৈ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

কিয় এই ধৰ্মঘট? সংগঠনটোৰ এই দাবী মূলতঃ তিনিটা বিষয়ৰ ওপৰত আধাৰিত।

প্ৰথমতে ই-ফাৰ্মাচীসমূহ তৎক্ষণাত বন্ধ কৰি দিব লাগে। তেওঁলোকৰ অভিযোগ যে অনলাইন মাধ্যমৰ জৰিয়তে ঔষধ বিক্ৰীৰ বাবে ভুৱা প্ৰেছক্ৰিপচন, প্ৰেছক্ৰিপচন অবিহনে এন্টিবায়টিকৰ যোগান, প্ৰশিক্ষিত ফাৰ্মাচিষ্ট অবিহনে ঔষধ বিক্ৰীৰ দৰে গুৰুতৰ অনিয়ম বৃদ্ধি পাইছে।

দ্বিতীয়তে, ডাঙৰ ডাঙৰ ঔষধ কোম্পানীবোৰে ইচ্ছামতে দাম বৃদ্ধি আৰু হ্ৰাস কৰাটো বন্ধ কৰিব লাগিব।

তৃতীয়তে, কৰ’না পৰিস্থিতিৰ সময়ত জাৰি কৰা ২০২০ চনৰ গাইডলাইন ব্যৱহাৰ কৰি ই-ফাৰ্মাচীসমূহে ব্যৱসায় অব্যাহত ৰাখিছে, যিটো এতিয়া বন্ধ কৰাৰ প্ৰয়োজন আছে বুলি তেওঁলোকে ভাৱে।

সংগঠনটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালে সংবাদ মাধ্যমৰ আগত কয় যে, “ঔষধৰ দৰে স্পৰ্শকাতৰ সামগ্ৰীৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নোৱাৰি। ই-ফাৰ্মাচীৰ নামত মানুহৰ জীৱনৰ সৈতে খেলা কৰিব নোৱাৰি।”

অৱশ্যে এইক্ষেত্ৰত ভিন্ন মতামতো আছে। অল ইণ্ডিয়া কেমিষ্ট এণ্ড ডিষ্ট্ৰিবিউটৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক জয়দীপ সৰকাৰে এই ধৰ্মঘটৰ বিৰোধিতা কৰিছে। তেওঁৰ মতে, এনেধৰণৰ ধৰ্মঘটে সাধাৰণ মানুহৰ দুখ-কষ্ট বৃদ্ধি কৰিব আৰু ব্যৱসায়ৰ ক্ষতি কৰিব। ই-ফাৰ্মাচী সম্পৰ্কীয় এটা গোচৰ ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে বুলিও তেওঁ কয়।

উদ্যোগটোৰ এটা অংশই দাবী কৰে যে ই-ফাৰ্মাচীৰ সৈতে হোৱা প্ৰতিযোগিতাত ক্ষুদ্ৰ আৰু মজলীয়া ঔষধৰ দোকানসমূহ আচলতে পিছ পৰি আছে। সেইটোৱেই এই আন্দোলনৰ কাৰণ। তেওঁলোকৰ মতে, ৰেহাইৰ প্ৰতিযোগিতাৰ বাবে গ্ৰাহকে সুবিধা লাভ কৰি আছে।

কিন্তু এআইঅ’চিডিয়ে প্ৰত্যুত্তৰত কয় যে অতিৰিক্ত ৰেহাইৰ প্ৰলোভনৰ ফলত বজাৰত প্ৰেছক্ৰিপচন অবিহনে ভেজাল ঔষধ আৰু এন্টিবায়টিকৰ বিক্ৰী বৃদ্ধি পাইছে, যাৰ ফলত ভৱিষ্যতে ঔষধ প্ৰতিৰোধৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd