• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদ্ৰুপাত্মক বিজ্ঞাপনেৰে নাৰী অপমান বিজেপিৰঃ নিৰ্বাচন আয়োগৰ কাষ চাপিল মহিলা সংগঠন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2024 7:29 pm
BJP ad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত মহিলাৰ ভোটক অগ্ৰাধিকাৰ দিবলৈ বিজেপি নেতাসকলে বাৰে বাৰে শুনাইছে নাৰী সবলীকৰণৰ গীত। কিন্তু বাস্তৱত বিজেপিৰ বিৰুদ্ধে সেই মহিলাসকলক অপমান কৰাৰহে অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ বিৰোধী মিত্ৰজোঁট INDIAৰ বিৰুদ্ধে বিজেপিয়ে এটা বিজ্ঞাপনৰ ভিডিঅ’ প্ৰকাশ কৰিছে। উক্ত ভিডিঅ’টোত প্ৰণয় প্ৰাৰ্থীৰ উদাহৰণেৰে বিৰোধী মিত্ৰজোঁটক কটাক্ষ কৰিছিল বিজেপিয়ে। পিছে এই ভিডিঅ’টোৰ জৰিয়তে মহিলাসকলক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

অল ইণ্ডিয়া প্ৰগ্ৰেছিভ ৱ’মেনছ এছ’চিয়েচনে দেওবাৰে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰে। মহিলা সংগঠনটোৰ অভিযোগ, বিজেপিৰ উক্ত বিজ্ঞাপনটো অত্যন্ত দুৰ্বল ৰুচিৰ।  আয়োগে এই ভিডিঅ’টোৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংগঠনটোৱে উল্লেখ কৰিছে।

মহিলাক অপমান কৰা এই বিজ্ঞাপনটো বিজেপিয়ে শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। তদুপৰি এই ঘটনাৰ বাবে বিজেপিয়ে দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা খুজিব লাগে লাগে বুলিও দাবী উঠিছে।

সংগঠনটোৱে  লগতে এনে অপপ্ৰচাৰ বন্ধ কৰিবলৈ মহিলাসকলক একত্ৰিত হ’বলৈ আহ্বান জনাইছে। তেওঁলোকে দাবী কৰে যে এই বিজ্ঞাপনত নাৰী শক্তিৰ কথা কোৱা সত্ত্বেও বিজেপি কিমান নাৰীবিদ্বেষী সেয়া স্পষ্ট হৈ পৰিছে।

অৱশ্যে কেৱল অল ইণ্ডিয়া প্ৰগ্ৰেছিভ ৱ’মেনছ এছ’চিয়েচনেই নহয়, দেশৰ বিৰোধী শিবিৰেও এই বিজ্ঞাপনটো সন্দৰ্ভত সমালোচনাত মুখৰ হৈ পৰিছে। কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে কয়, “বিবাহ এক পবিত্ৰ প্ৰথা। বিশ্বাসৰ ওপৰত নিৰ্মিত সম্পৰ্ক।”

এটা অশ্লীল বিজ্ঞাপনেৰে বিজেপিয়ে নিজৰ ৰক্ষণশীল মানসিকতা পুনৰবাৰ প্ৰমাণ কৰিলে বুলি উল্লেখ কৰি শ্ৰীনাথে লগতে কয় যে বিজেপিয়ে কেৱল লেহেংগা পিন্ধা, পত্নীৰ সাজ-পোছাক পৰিধান কৰি দৰাৰ হৃদয় জয় কৰাই এগৰাকী মহিলাৰ কাম বুলি ভাৱে।

গণতন্ত্ৰত দৰা বিচৰা আৰু নিজৰ প্ৰতিনিধি বিচৰাটো একে কথা যে নহয়, সেয়া বিজেপিয়ে বুজি নাপায় বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰে । শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়েও এই বিজ্ঞাপনটোৰে বিজেপিৰ নাৰীক কেনেদৰে চায়, সেয়া স্পষ্টকৈ দেখুৱাইছে বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd