• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2023 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুৱা মধ্যপ্ৰদেশৰ মৰেনাৰ সমীপত ভাৰতীয় বায়ুসেনাৰ দুখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰশিক্ষণৰ সময়ত আই এ এফৰ দুখন যুঁজাৰু বিমান ক্ৰমে সুখয়-৩০ আৰু মিৰাজ-২০০০ বিমান দুখন দুৰ্ঘটনাগ্ৰস্ত হয়।

উক্ত দুই দুৰ্ঘটনাৰ ফলত এজন পাইলট নিহত হোৱাৰ লগতে দুজন আহত হৈছে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে বায়ুসেনাই দুয়োখন বিমান আকাশমাৰ্গতে সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হ’ল নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।

মৰেনাৰ উপায়ুক্তই প্ৰকাশ কৰিছে যে ইতিমধ্যে দুজন পাইলটক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা দুয়োজন পাইলটকে চিকিৎসাৰ বাবে গ্ৱালিয়ৰলৈ স্থানান্তৰ কৰা হয়। ইফালে তৃতীয়গৰাকী পাইলট শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে।

Apply Now

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সুখোই-৩০ত দুজন পাইলট থকাৰ বিপৰীতে মিৰাজ-২০০০ত এজন পাইলট আছিল। মৰেনাৰ আৰক্ষী অধীক্ষক আশুতোষ বাগ্ৰীয়ে কয়, “আজি পুৱা গোৱালিয়ৰৰ পৰা ২ খন বিমান মিৰাজ আৰু সুখয় উৰা মাৰে। এখন বিমানত দুজন পাইলট আৰু আনখন বিমানত এজন পাইলট আছিল। দুজন পাইলটক উদ্ধাৰ কৰা হৈছে। এজন পাইলটৰ শৰীৰৰ অংগহে উদ্ধাৰ কৰা হৈছে। ভৰতপুৰতো বিমানখনৰ কিছু অংশ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।”

একে সময়তে বায়ুসেনাই নিজৰ বিবৃতিত কয়, “আজি পুৱা গোৱালিয়ৰৰ সমীপত ভাৰতীয় বায়ুসেনাৰ দুখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানকেইখন ৰুটিন অপাৰেচনেল ফ্লাইট ট্ৰেইনিং মিছনত আছিল। তিনিজন পাইলটৰ ভিতৰত এজন মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।”

প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, দুয়োখন বিমানে তীব্ৰবেগত যুদ্ধ অভিযানত থকাৰ সময়তে আকাশৰ মাজভাগত সম্ভাৱ্য সংঘৰ্ষ সংঘটিত হয়। সবিশেষ তদন্তৰ পাছতহে জানিব পৰা যাব।

ইফালে ৰাজস্থানৰ ভৰতপুৰতো এখন বিমানৰ ধ্বংসাৱশেষ পোৱা গৈছে। কিন্তু সেয়া ভাৰতীয় বায়ুসেনাৰ বিমান নে চাৰ্টাৰ্ড বিমান সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ভাৰতপুৰ জিলা দণ্ডাধীশে পূৰ্বৰ এক প্ৰতিবেদনত সেয়া চাৰ্টাৰ্ড জেট বিমানখন নিশ্চিত কৰিছিল। একে সময়তে প্ৰতিৰক্ষা সূত্ৰই নিশ্চিত কৰিছে যে ভাৰতীয় বায়ুসেনাৰ জেট বিমান সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd