• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংক; এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে চীনৰ পৰা ভাৰতে আমদানি কৰিব চিকিৎসা সামগ্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 1, 2020 5:13 pm

1 min read

48 persons test COVID-19 positive in Tripura on Friday

প্ৰতিনিধিত্বমূলক ফটো

2.8k
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’না ভাইৰাছে নৰ সংহাৰ চলাই থকা পৰতে ভাৰতে চীনৰ পৰা ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে চীনৰ পৰা বিভিন্ন চিকিৎসা সামগ্ৰী আমদানি কৰিব।

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে ভাৰতে অহা শুকুৰবাৰৰ পৰা চীনৰ বিভিন্ন সামগ্ৰী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই উপলক্ষ্যে অহা শুকুৰবাৰে দিল্লীৰ পৰা বেইজিং অভিমুখে এয়াৰ ইণ্ডিয়াৰ বিমানে যাত্ৰা কৰিব।

উল্লেখ্য যে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তলৈ ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে ঘৰুৱা বিমানেৰে চিকিৎসা সামগ্ৰীৰ প্ৰেৰণ কৰা হৈছে।

দিল্লীৰ পৰা মুম্বাই, হায়দৰাবাদ, বাংগালুৰু, কইম্বাতোৰ আৰু কলকতালৈ চিকিৎসা সামগ্ৰীসমূহ প্ৰেৰণ কৰাৰ পিছত তাৰ পৰাই দেশৰ অন্যান্য প্ৰান্তলৈ প্ৰেৰণ কৰাৰ দিহা কৰা হৈছে।

কলকতাৰ পৰাই গুৱাহাটী হৈ ডিব্ৰুগড়, আগৰতলা, আইজল, ইম্ফললৈ প্ৰেৰণৰ দিহা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Tags: COVID19

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd