• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2025 3:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ, আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ পৰিয়ালে, এয়াৰ ইণ্ডিয়াই মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে।

প্ৰাপ্ততথ্য অনুসৰি এয়াৰ ইণ্ডিয়াই মৃতকৰ ওপৰত বিত্তীয় নিৰ্ভৰশীলতাৰ সবিশেষ প্ৰদান কৰিবলৈ পৰিয়ালক বাধ্য কৰাইছে বুলি অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালে। উল্লেখ্য যে নিৰ্ভৰশীলতাৰ সৈতে জড়িত নথি-পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰাইছে যাতে ক্ষতিপূৰণৰ পৰিমাণ হ্ৰাস কৰিব পাৰে।

Apply Now

বিমান সংস্থাটোৱে মৃতকৰ আত্মীয়ৰ পৰিয়ালৰ অভিযোগক ভিত্তিহীন বুলি উত্থাপন কৰি কয় যে তেওঁলোকে কেৱল ক্ষতিপূৰণৰ পদ্ধতি অনুসৰণ কৰিছে তাৰোপৰি এইটো এটা আনুষ্ঠানিক প্ৰক্ৰিয়া, ইয়াক মানি চলাটো প্ৰয়োজনীয়। এয়াৰ ইণ্ডিয়াই এই পৰিয়ালসমূহক থকাৰ ব্যৱস্থাৰ লগতে অন্যান্য ব্যৱস্থাৰ জড়িয়তে সহায় কৰি আহিছে বুলই উল্লেখ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে ৪৭টা পৰিয়ালক ধন পৰিশোধ কৰা হৈছে আৰু ৫৫টা পৰিয়ালৰ বাবে ধন পৰিশোধ প্ৰক্ৰিয়া চলি আছে। ব্ৰিটেইনৰ এটা আইনী প্ৰতিষ্ঠানে ৪০টাতকৈও অধিক ভুক্তভোগী পৰিয়ালক এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে যে বিমান সংস্থাসমূহে প্ৰশ্নাৱলীৰ জৰিয়তে পৰিয়ালসমূহক বিত্তীয় তথ্য দিবলৈ হেঁচা প্ৰয়োগ কৰিছে।

ইফালে অধিবক্তাসকলেও কয় যে আইনী পৰামৰ্শ অবিহনে পৰিয়ালসমূহে ফৰ্ম পূৰণ কৰিবলৈ বাধ্য হৈছিল, যিয়ে মৃতকৰ ওপৰত আৰ্থিকভাৱে নিৰ্ভৰশীল নেকি বুলি প্ৰশ্ন কৰিছিল।

উল্লেখ্য যে ২০২৫ চনৰ ১২ জুনত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ এজন যাত্ৰীৰ বাহিৰে ২৪১ জন লোকৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনাটোৰ পিছতেই ইয়াৰ সৈতে জড়িত ন ন তথ্য পোহৰলৈ আহিছে।

এই ঘটনাত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক টাটা গ্ৰুপে এক কোটি টকা ক্ষতিপূৰণ দিয়াৰ ইয়াৰ উপৰিও শিক্ষা আৰু স্বাস্থ্যৰ বাবে ৫০০ কোটি টকাৰ ট্ৰাষ্ট স্থাপন কৰাৰ কথাও ঘোষণা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd