• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home পৰিবেশ

 মাত্ৰ ২ ঘণ্টাৰ ভিতৰতে বায়ু প্ৰদূষণে হ্ৰাস কৰিব পাৰে মগজুৰ কাৰ্য্যক্ষমতা 

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 7, 2023 4:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিপাত মাত্ৰাত উপনীত হৈছে দিল্লীৰ বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ বাবে এক প্ৰকাৰে ব্যাহত হৈ পৰিছে দিল্লীৰ জনজীৱন।

দিল্লীত হোৱা এই অত্যধিক বায়ু প্ৰদূষণে হাওঁফাওঁৰ ক্ষতি কৰাৰ লগতে শ্বাস-প্ৰশ্বাস জনিত সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও ছাল, চকু আদিকে ধৰি বিভিন্ন ৰোগত ভুগিবলৈ আৰম্ভ কৰিছে দিল্লীবাসী।

Apply Now

চিকিৎসকৰ মতে আজিৰ দিনত দিল্লীৰ বতাহত উশাহ লোৱাটো ৪০-৫০ টা চিগাৰেট খোৱাৰ সমতুল্য। বায়ু প্ৰদূষণৰ বিশেষ প্ৰভাৱ কেৱল হাওঁফাওঁতে নহয়, মগজুতো পৰে। বায়ু প্ৰদূষণে মাত্ৰ এঘণ্টাৰ ভিতৰতে মগজুৰ কাৰ্যকলাপত প্ৰভাৱ পেলায়। 

ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয় আৰু ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে শেহতীয়াকৈ প্ৰকাশিত এক সমীক্ষা প্ৰতিবেদনত এনে তথ্য পোহৰলৈ আহিছে।

ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয় আৰু ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মগজুত বায়ু প্ৰদূষণৰ প্ৰভাৱৰ ওপৰত কৰা এক অধ্যয়ন শেহতীয়াকৈ প্ৰকাশ পাইছে। 

এই প্ৰতিবেদনত দেখা গৈছে যে মাত্ৰ দুঘণ্টা ডিজেল প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস পায়। কলম্বিয়া বিশ্ববিদ্যালয় আৰু ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ২৫ জন সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তিৰ লগত এই পৰীক্ষা কৰিছিল। সেই পৰীক্ষাৰ পৰাই স্পষ্ট হৈ পৰিল যে বায়ু প্ৰদূষণে মগজুত কেনে প্ৰভাৱ পেলায়।

এই সমীক্ষাৰ প্ৰতিবেদনৰ জ্যেষ্ঠ গৱেষক চেৰিছ কাৰ্লষ্টেনে কয় যে দশক দশক ধৰি বিজ্ঞানীসকলে ভাবিছিল যে বায়ু প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা মগজু সুৰক্ষিত হ’ব পাৰে। কিন্তু বায়ু প্ৰদূষণ আৰু মগজুৰ মাজত সম্পৰ্ক থকাৰ প্ৰমাণ বিশ্বৰ ভিতৰতে প্ৰথম এই অধ্যয়ন প্ৰতিবেদন।” 

এই অধ্যয়নত প্ৰকাশ পাইছে যে বিষণ্ণতাৰ ফলত হোৱা মগজুৰ পৰিৱৰ্তন অত্যধিক প্ৰদূষণৰ বাবেও হয়। বায়ু প্ৰদূষণৰ ফলত চিন্তা-চৰ্চা আৰু কাম কৰাৰ ক্ষমতা হ্ৰাস পাব পৰা যায় বুলি প্ৰতিবেদনত ডাঃ জোডি গৱৰিলুকে উল্লেখ কৰিছে।

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ নকৰিলে মানুহৰ স্বাস্থ্যৰ ওপৰত চৰম প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে গৱেষকসকলে। 

গৱেষক চেৰিছ কাৰ্লষ্টেনৰ কয় যে “বায়ু প্ৰদূষণেই হৈছে মানুহৰ স্বাস্থ্যৰ বাবে পৰিৱেশৰ আটাইতকৈ ডাঙৰ ভাবুকি।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd