• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াবহ প্ৰদূষণৰ কবলত গুৱাহাটী! বায়ুৰ মানদণ্ড সূচক ৩০৮; শিশুৰ মাজত ৰোগৰ প্ৰাদুৰ্ভাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2023 10:04 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Air Quality Index registering an alarming condition in Guwahati গুৱাহাটীৰ বাসিন্দাসকলে বায়ু প্ৰদূষণৰ এক তীব্ৰ সংকটৰ সন্মুখীন হৈছে। বায়ু মানদণ্ড সূচক (AQI) অতি নিম্ন স্তৰত উদ্বেগজনকভাৱে ৩০৮ পঞ্জীয়ন হৈছে। চহৰখনৰ কিছুমান অঞ্চলত বায়ু মানদণ্ড সূচক ৩১৮ লৈ হ্ৰাস হোৱাৰ খবৰ পোৱা গৈছে।

এই বিপদজনক বায়ুৰ মানদণ্ড গুৱাহাটীৰ নাগৰিকসকলৰ বাবে যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে কিয়নো ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে। বিশেষকৈ আগৰে পৰা হাঁওফাঁও বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলৰ বাবে উদ্বেগৰ বিষয়।

লগতে পঢ়ক: বিলম্ব ন্যায়! ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ; ৪৪ বছৰ পিছত কেৰাণীক দোষমুক্ত কৰিলে আদালতে

Apply Now

প্ৰদূষণ সম্পৰ্কীয় শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হোৱাৰ খবৰ পোৱাৰ পিছত কেইবাটাও শিশুক ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে। জি এম চি এইছৰ শিশু ৰোগ বিভাগৰ চিকিৎসক ডাঃ দিগন্ত বৰ্মনে জানিববলৈ দিয়া মতে বিগত ২৪ ঘণ্টাত জি এম চি এইচত ৩৬ টাকৈ শিশুক ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ২৫ টা শিশু ব্ৰঙ্কিওলাইটিছ. নিউমোনিয়া আৰু হাপানীৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভূগিছে। অৱশ্যে বৰ্তমান সিহঁত প্ৰায় সুস্থ হৈ উঠিছে।

মহানগৰীত ইতিমধ্যে আন লোকৰ মাজতো বৃদ্ধি পাইছে কাহ, জ্বৰ, চৰ্দি, মূৰৰ বিষকে ধৰি বিভিন্ন ধৰণৰ ৰোগ। প্ৰদূষিত বায়ুৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ, নাগৰিকসকলক বাহিৰৰ কাৰ্যকলাপ পৰিহাৰ কৰিবলৈ আৰু তেওঁলোকৰ দুৱাৰ- খিৰিকী বন্ধ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়ক: ওদালগুৰিত স্বামীক হত্যা কৰাৰ অভিযোগত মহিলা আৰু তেওঁৰ ‘প্ৰেমিক’ক গ্ৰেপ্তাৰ

সম্ভৱ হ’লে এয়াৰ পিউৰিফায়াৰৰ ব্যৱহাৰ কৰাৰ বাবে উৎসাহিত কৰা হৈছে আৰু যিসকলে ঘৰৰ বাহিৰলৈ ওলাবলগীয়া হয় তেওঁলোকক মাস্ক পৰিধান কৰাৰ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd