• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এয়াৰ এছিয়াৰ ১০১৪ টকীয়া ভেলেণ্টাইন ডে’ৰ বিশেষ অফাৰ; ১.৪ লাখ টিকট বুকিং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2020 5:13 pm

2 min read

AA17H_06136_07-copy-916x516

প্ৰতিনিধিত্বমূলক চিত্ৰ

491
VIEWS
Share on FacebookShare on Twitter

এয়াৰ এছিয়াই ঘোষণা কৰিছে ভেলেণ্টাইন ডে’ৰ ৪ দিনীয়া বিশেষ অ’ফাৰ। ভেলেণ্টাইন ডে’ উপলক্ষে বিমান পৰিৱহন প্ৰতিষ্ঠানটোৱে মাত্ৰ ১০১৪ টকাৰ পৰা টিকটৰ মূল্য যাত্ৰীসকলৰ বাবে আগবঢ়াইছে এই বিশেষ অ’ফাৰৰ অধীনত।

অহা ১৪ ফেব্ৰুৱাৰিলৈকে এই বিশেষ অ’ফাৰৰ অধীনত যাত্ৰীসকলে টিকট বুকিং কৰিব পাৰিব বুলি বিমান পৰিবহন প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে।

চলিত মাহৰ ১৪ ফেব্ৰুৱাৰিৰ পৰা ২০২০ চনৰ ছেপ্টম্বৰ মাহৰ ৩০ তাৰিখলৈকে এই বিশেষ অ’ফাৰৰ অধীনত বুকিং কৰা টিকটৰ দ্বাৰা যাত্ৰীসকলে ভ্ৰমণৰ সুবিধা লাভ কৰিব।

ইতিমেধ্য এয়াৰ এছিয়াই ভেলেণ্টাইন ডে’ৰ বিশেষ অ’ফাৰৰ অধীনত যোৱা ১৫ দিনত প্ৰায় ১.৪০ লাখৰো অধিক অগ্ৰিম টিকট বুক হোৱা বুলি টুইটাৰ যোগে জানিবলৈ দিছে।

বিমান প্ৰতিষ্ঠানটোৰ চি চি অ’ অনুৰাগ গাৰ্গে এয়াৰ এছিয়াৰ অফিচিয়েল টুইটত আৰু কয় যে “এয়াৰ এছিয়া ইণ্ডিয়াই যাত্ৰীসকলক আনন্দদায়ক অভিজ্ঞতা প্ৰদানৰ বাবে এই অ’ফাৰ আগবঢ়াইছো। আৰু আমি যাত্ৰীসকলক তেওঁলোকৰ প্ৰিয়জনৰ সৈতে আনন্দদায়ক অভিজ্ঞতাক উদযাপন কৰা তথা এই অভিজ্ঞতাক প্ৰিয়জনক উপহাৰ হিচাপে আগবঢ়োৱাৰ সুযোগ আগবঢ়াবলৈ তৎপৰ হৈছো”।

ইফালে আন এটা বিমান প্ৰতিষ্ঠান ইণ্ডিগ’ৱেও ভেলেণ্টাইন ডে’ উপলক্ষে ৪ দিনীয়া ভেলেণ্টাইন ডে’ বিশেষ অ’ফাৰ আগবঢ়াইছে।

৯৯৯ টকাৰ পৰা টিকটৰ মূল্য আৰম্ভ কৰা বিমান প্ৰতিষ্ঠানটোৱে যোৱা ১১ ফেব্ৰুৱাৰিৰ পৰা অহা ১৪ ফেব্ৰুৱাৰিলৈকে প্ৰায় ১ মিলিয়ন টিকট বুকিঙৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে যে চলিত বৰ্ষৰ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই বিশেষ ভেলেণ্টাইন ডে’ অ’ফাৰৰ অধীনত এই বৰ্ষৰ ৩০ ছেপ্টম্বৰলৈকে  যাত্ৰীসকলে উৰণৰ সুবিধা লাভ কৰিব পাৰিব।

ইফালে গ’এয়াৰে ভেলেণ্টাইন ডে’ৰ অ’ফাৰ হিচাপে ফুকেট্ আৰু বেংককলৈ ফ্লাইটৰ টিকট বিশেষ অ’ফাৰ হিচাপে আগবঢ়াইছে।

উল্লেখ্য যে চলিত বৰ্ষৰ্ ১৩ ফেব্ৰুৱাৰিৰ পৰা মাৰ্চ মাহৰ ৩১ তাৰিখলৈ এই বিশেষ অ’ফাৰৰ অধীনত যাত্ৰীসকলে ভ্ৰমণৰ সুবিধা লাভ কৰিব।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd