• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

Airtel, Vodafone-এ আঁতৰাই দিলে FUP; নে’টৱৰ্কৰ বাধা নোহোৱাকৈ উপভোগ কৰক “সীমাহীন” ফ্ৰী কল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 9:26 am
Airtel and Vodafone Remove FUP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই মাহৰ আৰম্ভণিতেই প্ৰিপেইড প্লেনবিলাকৰ দাম বৃদ্ধি কৰা এয়াৰটেল আৰু ভোদাফোন-আইডিয়া টেলিকম কোম্পানিকেইটাই পুনৰ গ্ৰাহকলৈ ইয়াৰ আনলিমিডেট প্লেনবোৰত আনলিমিটেড ফ্ৰী কলৰ সুবিধা আগ বঢ়াইছে।

কোম্পানিকেইটাই ১০ ডিচেম্বৰত ঘোষণা কৰি জনাইছে যে অফ-নেট কল বা আন টেলিকম কোম্পানিৰ নেটৱৰ্কলৈ কৰা ফোন কলত থকা FUP (Fair Usage Policy) উঠাই দিয়া হৈছে আৰু এতিয়াৰ পৰা গ্ৰাহকে পুনৰ আনলিমিটেড কলৰ সুবিধা উপভোগ কৰিব পাৰিব।

Apply Now

“কাইলৈৰ পৰা আমাৰ সকলো আনলিমিটেড প্লেনৰ সৈতে আনলিমিটেড কল ভাৰতৰ যিকোনো নেটৱৰ্কলৈ উপভোগ কৰক। কোনো চৰ্ত নাই”, গ্ৰাহকক আহ্লাদিত কৰিব পৰাকৈ এয়াৰটেল কোম্পানিৰ টুইট।

ভোদাফোনে ইয়াৰ একে ধৰণৰ টুইটত কয়, “যিকোনো লোকলৈ আনলিমিটেড কল উপভোগ কৰক”।

ইয়াৰ পূৰ্বে দুয়োটা কোম্পানিয়ে নতুন নীতিত অন্য নেটৱৰ্কলৈ কৰা কলত সীমা আৰোপ কৰিছিল। আনলিমিটেড প্লেনবোৰত এটা সীমালৈকে অন্য নেটৱৰ্কলৈ কল ফ্ৰী দিয়া হয় যদিও সেই সীমা পাৰ হ’লেই চাৰ্জ লাগিছিল।

এয়াৰটেলে ৩০০ টকাৰ কম প্লেনত অন্য নেটৱৰ্কলৈ ১০০০ মিনিট আৰু ৮৪ দিনৰ ভেলিডিটি থকা প্লেনত ৩০০০ মিনিট অন্য নেটৱৰ্কলৈ কল ফ্ৰী দিছিল। এই সীমা পাৰ হ’লে চাৰ্জ লৈছিল।

ডেটা বা কলৰ ক্ষেত্ৰত এই সীমা আৰোপনৰ নীতিক FUP (Fair Usage Policy) বুলি কোৱা হয়।

অৱশ্যে এটা সৰ্বাধিক গ্ৰাহক থকা নেটৱৰ্ক Jio-ই এতিয়াও FUP (Fair Usage Policy) লগাই ৰাখিছে আৰু অন্য নেটৱৰ্কলৈ কল কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ চাৰ্জ লয়।

উল্লেখযোগ্য যে প্ৰায় আটাইকেইটা বেচৰকাৰী প্ৰধান টেলিকম কোম্পানিয়ে এই মাহৰ আৰম্ভণিৰ পৰা ইয়াৰ আনলিমিটেড প্ৰিপেইড প্লেনবোৰৰ দাম প্ৰায় ৪০ শতাংশ বৃদ্ধি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd