• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন ইটানগৰস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2018 7:04 pm
r-2
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটানগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৰুণাচলৰ জনজাতি অধ্যয়নৰ প্ৰতিষ্ঠানে (AITS) উত্তৰ পূৰ্বাঞ্চলৰ সমসাময়িক সমস্যাৱলীৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰৰ ওপৰত এক চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিব।

এই চলচ্চিত্ৰ মহোৎসৱ ২০১৯ৰ মাৰ্চৰ ৯-১১ তাৰিখলৈকে অনুষ্ঠিত কৰা হ’ব। এই চলচ্চিত্ৰ মহোৎসৱৰ শিৰোনাম ‘বৰ্ডাৰলেণ্ড নেৰেটীভ’ ৰখা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এখন মঞ্চ হ’ব। ইয়াতে সমসাময়িক দৃষ্টিকোণৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্য, চিনাকী আৰু অঞ্চলটোত হোৱা পৰিৱৰ্তনৰ ওপৰত গৱেষণা কৰাৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলক সুযোগ দিব।

Apply Now

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ছকেট কুশৱালাৰ তত্বাৱদানত এই চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। সহযোগিতা আগবঢ়াইছে চাৰুকলা আৰু সংগীত, গণসংযোগ আৰু নৃতত্ব বিভাগৰ লগতে সাংস্কৃতিক গৱেষণা আৰু নথিভুক্তকৰণ কেন্দ্ৰই।

বিভাগটোৱে জনাইছে যে এই মহোৎসৱে দৃশ্য সংস্কৃতিক উদগনি দিব আৰু উঠি অহা প্ৰজন্মক দৃশ্যমান পঠনৰ বাবে উৎসাহিত কৰিব।

এই মহোৎসৱৰ প্ৰথম সংস্কৰণৰ ‘হোৱাট উই উইভ’ নামৰ অপ্ৰতিদ্বন্দ্বিতামূলক শাখাত প্ৰতিখন ৰাজ্যৰেই দুগৰাকীকৈ চলচ্চিত্ৰ নিৰ্মাতাক তেওঁলোকৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে আহ্বান জনোৱা হ’ব। চলচ্চিত্ৰ প্ৰদৰ্শনৰ পাছত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে এটা অন্তৰংগ মত বিনিময়ৰো ব্যৱস্থা কৰা হ’ব।

প্ৰতিযোগিতাতামূলক শাখাৰ বিষয় হৈছে ‘ভেনিশ্বিং ৰূটছ : কলা, সংস্কৃতি আৰু লোকসংস্কৃতি। ২০১৬ৰ ১ জানুৱাৰিৰ পাছত নিৰ্মিত ফিকশ্যন আৰু ননফিকশ্যন দুয়োবিধ ফৰ্মেটৰ চলচ্চিত্ৰ প্ৰতিযোগিতাৰ বাবে যোগ্য বিৱেচিত হ’ব। প্ৰতিযোগিতাৰ প্ৰাইজমানি হৈছে ১ লাখ টকা, এটা ট্ৰফী আৰু এখন অভিনন্দনপত্ৰ। চলচ্চিত্ৰ মহোৎসৱত পেনেল আলোচনা, বিশিষ্ট ব্যক্তিৰ ভাষণ আৰু দৃশ্য নৃতত্বৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd