DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনবিৰোধী বাজেটৰ বিৰুদ্ধে নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 17, 2019 10:21 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

সংসদৰ বাজেট অধিৱেশনত বিত্ত মন্ত্ৰীয়ে উত্থাপন কৰা ২০১৯-২০ বৰ্ষৰ বাজেট খন সম্পূৰ্ণ জনবিৰোধী বাজেট বুলি অভিযোগ কৰি নিখিল ভাৰত ট্ৰেড য়ুনিয়ন কংগ্ৰেছ অসমে আজি দিনৰ প্ৰায় ১১ বজাৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা চকত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।

সন্থাটোৱে অভিযোগ উত্থাপন কৰি কয় যে এই বাজেটখন সম্পূৰ্ণ ক’ৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থজড়িত, লগতে এই বাজেটখনে ৰে’লৱে, প্ৰতিৰক্ষা আৰু আন আন ৰাজহুৱা খণ্ডৰ ব্যক্তিগত কৰণৰ কথা উল্লেখ আছে বুলিও অভিযোগ কৰে।

লগতে বাজেট খনে ৪৪ খন শ্ৰম আইন ৪ খন কোডত ৰূপান্তৰিত কৰি দেশৰ শ্ৰমিকসকলক তেওঁলোকৰ অধিকাৰ আৰু সা- সুবিধাৰ পৰা বঞ্চিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

আৰু কয় যে নিৰ্বাচনৰ আগত ৫ খন নতুন দলং ব্ৰক্ষ্মপুত্রৰ বুকুত স্থাপন হ’ব বুলি ঘোষণা কৰিছিল যদিও বাজেটত কোনো ধৰণৰ ইয়াৰ প্ৰতিফলন দেখিব পোৱা নগ’ল। অসমৰ নগাওঁ আৰু কাছাৰৰ কাগজকলৰ পুনৰুজীৱিত কৰাৰ কোনো পন্থা হাতত নল’লে এই বাজেটখনে।

লগতে কেন্দ্ৰ চৰকাৰৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে ১৫জুলাইৰ পৰা আজি অৰ্থাৎ ১৭ জুলাইলৈকে সকলো জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি ৰাজ্যিক সম্পাদক ৰমেন দাসে এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।

Recent News

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd