• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনীয়াৰ উপ নিৰ্বাচনৰ ফলাফল : এ আই য়ু ডি এফৰ হাফিজ ৰফিকুল ইছলাম বিজয়ী

NE NOW NEWS পুলেন্দ্র দাস
বৰপেটা , October 24, 2019 3:51 pm

1 min read

Jania Constituency

জনীয়াৰ বিজয়ী প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম। ফটো : নৰ্থইষ্ট নাও

4.3k
VIEWS
Share on FacebookShare on Twitter

জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত এ আই য়ু ডি এফৰ প্রার্থী হাফিজ ৰফিকুল ইছলাম বিজয়ী হৈছে ৷

হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক প্ৰায় ৩৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলা ভোট গণনা অনুসৰি  এ আই য়ু ডি এফৰ হাফিজ ৰফিকুল ইছলামে লাভ কৰে ৮১,৮৯৮ টা ভোট ৷

কংগ্ৰেছৰ ছামচুল হকে মাথোঁ ৪৬, ৭৬৯ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় ৷

আনহাত, বিজেপিৰ তৌফিকুৰ ৰহমানে লাভ কৰে ১৫,১১৩ টা ভোট ৷

আনুষ্ঠানিকভাবে ফলাফল এতিয়াও ঘোষণা কৰা নাই যদিও হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক ৩৫,১২৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জনীয়াৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে ৷

এই ফলাফলৰ বাবে এ আই য়ু ডি এফৰ কৰ্মীসকল যথেষ্ট আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

Recent News

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd