• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক পৰাস্ত কৰাৰৰ আহ্বান এ আই য়ু ডি এফৰ; উপ নিৰ্বাচনত মাত্ৰ এটা সমষ্টিত দিলে প্ৰাৰ্থীত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 28, 2019 2:11 pm
AIUDF press meet

এ আই য়ু ডি এফৰ প্ৰাৰ্থী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপ নিৰ্বাচনত এটা সমষ্টিতহে প্ৰাৰ্থীত্ব দিব এআইয়ুডিএফে। জনিয়া সমষ্টিত প্ৰাৰ্থীত্ব দিলে এআইয়ুডিএফে। জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামক দিলে প্ৰাৰ্থীত্ব। দলটোৰ হাতীগাঁওস্থিত ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে সাধাৰণ সম্পাদক আমিনুল ইছলামে।

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত এ আই য়ু ডি এফে মাত্ৰ জনিয়া সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি দলটোৰ হাতীগাঁৱস্থিত ৰাজ্যিক কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে সাধাৰণ সম্পাদক আমিনুল ইছলামে।

Apply Now

জনিয়া সমষ্টিৰ বাবে এ আই য়ু ডি এফৰ ফালৰ পৰা ডঃ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়।

দলৰ সাংগঠনিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে দলে মাত্ৰ এটা সমষ্টিতে প্ৰাৰ্থী দিয়াত সীমাবদ্ধ থাকিল বুলিও সংবাদমেলত মন্তব্য কৰে ইছলামে।

সংবাদমেলতে আমিনুল ইছলামে ৰাতাবাৰী আৰু ৰঙাপাৰাত এ আই য়ু ডি এফৰ সাংগঠনিক ভেটি শক্তিশালী বুলি উল্লেখ কৰিলেও কেবল এটা সমষ্টিত দলটোৱে প্ৰাৰ্থী দিয়া কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আনহাতে, জনীয়াক বাদ কৰি বাকী তিনিটা সমষ্টিত বিজেপিক পৰাজিত কৰিবলৈ ভোটাৰ সকলক বিবেক ভোট দিবলৈ আহ্বান জনায় দলটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

“বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবলৈ ধৰ্ম নিৰপেক্ষ দলৰ প্ৰাৰ্থীক ৰাইজে ভোট দিয়ক। আমি পোনপটীয়াকৈ কাক ভোট দিব লাগে নকওঁ কিন্তু জনসাধাৰণে বিবেক ভোট দিব লাগে,” ইছলামে সংবাদমেলত কয়।

যিহেতু জনিয়াক বাদ কৰি বাকী তিনিটা সমষ্টিত বিজেপিৰ প্ৰধান বিৰোধী হিচাপে কংগ্ৰেছ দল আছে গতিকে ইছলামৰ মন্তব্যৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবলৈ জনোৱা আহ্বানৰ কথা স্পষ্ট হৈ পৰিছে।

অৱশ্যে কংগ্রেছৰ সৈতে আনুষ্ঠানিকভাৱে কোনোধৰণৰ মিত্ৰতা হোৱা নাই বুলি সদৰী কৰি ইছলামে কংগ্ৰেছে জনিয়া সমষ্টিত প্ৰাৰ্থী নিদিলেহে মিত্ৰতা হৈছে নে নাই গম পাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আনহাতে, সংবাদমেলত উপস্থিত থাকি জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামে জনিয়া সমষ্টিৰ ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd