• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদেশ কংগ্ৰেছৰ বাধাৰ বাবেই মিত্ৰতা নহ’ল : এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলাম

কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱা নাই : বদৰুদ্দিন আজমল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2019 9:19 am
Tarun Gogoi_Badar Ajmal
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ সৈতে এ আই য়ু ডি এফৰ মিত্ৰতা হোৱা নাই। এই কথা জানিবলৈ দিছে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে। ২৮ মাৰ্চত ধুবুৰী সমষ্টিৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত “কোনো মিত্ৰতা নাই” বুলি স্পষ্ট কৰে সাংসদজনে।

সাংবাদিকে তেওঁক বাৰে বাৰে কলিয়াবৰ সমষ্টিৰ কথা সোঁৱৰাই দি গৌৰৱ গগৈক জিকাবৰ বাবেই দুয়োটা দলৰ মাজত গোপন মিত্ৰতা হৈছে নেকি বুলি প্ৰশ্ন সোধাত কয়, “১১টা সমষ্টি এৰি দিছো। কেৱল কলিয়াবৰক লৈ প্ৰশ্ন কিয়?”

Apply Now

আনহাতে দলটোৰ এজন বিধায়ক আমিনুল ইচলাম চৌধুৰীয়েও কালি সাংবাদিকৰ আগত মুকলিকৈ এই কথা কয় যে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা নাই।

“এশ শতাংশই সম্ভাৱনা থকা সমষ্টিবোৰতহে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। য’ত ৫০-৫০ সম্ভাৱনা আছে, তাতো প্ৰাৰ্থী ঘোষণা কৰা নাই।” সংবাদ মাধ্যমৰ আগত বিধায়কজনৰ মন্তব্য।

তেওঁ ইয়াৰ ব্যাখ্যা দি আৰু কংগ্ৰেছৰ নাম উল্লেখ নকৰাকৈ কয়, “ধৰ্ম নিৰপেক্ষ ভোটৰ বিভাজন হৈ সাম্প্ৰদায়িক শক্তি যাতে জিকি আহিব নোৱাৰে, তাৰ কাৰণে আমি কম আসনত প্ৰাৰ্থী দিছো। এই সমষ্টিবিলাকত কোনে সুবিধা কোনে ল’ব ৰাজনৈতিক দলবিলাকৰ নিজৰ কৌশলৰ ওপৰত নিৰ্ভৰ কৰিব।”

তেওঁ তাৰ পিছতে কংগ্ৰেছকে যে সুযোগ দিয়া হৈছে তাৰ ইংগিত দি কয়, “কংগ্ৰেছে যদি শক্তিশালী প্ৰাৰ্থী দি আমাক হৰুৱাব খোজে তেতিয়া বুজিম যে তেওঁলোকে ধৰ্ম নিৰপেক্ষতাৰ কথা এনেয়ে মুখতহে কৈ থাকে”।

আনহাতে কংগ্ৰেছে, বিশেষকৈ তৰুণ গগৈয়ে পুতেকৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবেই এ আই য়ু ডি এফৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে গোপনে মিত্ৰতা কৰিছে বুলি বিজেপি-অগপই কৰি থকা দাবী অসত্য প্ৰমাণ কৰি বিধায়কজনে সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁলোকৰ সৈতে মিত্ৰতা বিচাৰিছিল, কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ বাধাৰ বাবে সেয়া হৈ নুঠিল

“ৰাহুল গান্ধীয়ে মিত্ৰতা কৰিব বিচাৰিছিল যদিও অসম প্ৰদেশ কংগ্ৰেছৰ বাধাৰ বাবেই মিত্ৰতা নহ’ল। মিত্ৰতা হোৱা নাই যদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যিবিলাক দল আছে, সেই বিলাক দলে ১৪টা সমষ্টি দখল কৰাটো বিচাৰো। তাৰ কাৰণেই ৩খনত প্ৰাৰ্থী দিছো, বাকীবোৰত দিয়া নাই”, অসম প্ৰদেশ কংগ্ৰেছে মিত্ৰতাত বাধাহে দিয়া বুলি দাবী বিধায়কজনৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd