DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ চচলত এ আই ইউ ডি এফৰ প্ৰতিবাদ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
May 11, 2022 4:50 pm
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ চচলত এ আই ইউ ডি এফৰ প্ৰতিবাদ
83
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে চচলস্থিত ধৰ্ণাস্থলীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এ আই ইউ ডি এফ-এ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ কেইবাগৰাকীও বিধায়কৰ লগতে শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে । গেছ চিলিণ্ডাৰ, আলু–পিঁয়াজৰ মালা, মিঠাতেল সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে।

আমিনুল ইছলাম, হাফিজ বচিৰ আহমেদ, আশ্ৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, আব্দুল আজিজ, ছুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, চামচুল হুদা, জাকিৰ হুছেইন লস্কৰ, মজিবুৰ ৰহমানকে ধৰি মুঠ ১২জন বিধায়ক উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্যসূচীত।

প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি আমিনুল ইছলামে কয় “মূল্যবৃদ্ধিৰ সমস্যাক চৰকাৰে অৱহেলা কৰি আছে। যোগান বিভাগৰো এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই আৰু সেইবাবেই আমি ৰাজপথত নামিবলৈ বাধ্য হৈছোঁ।”

লক্ষ্যণীয় কথা এই যে বিভিন্ন সময়মত বিৰোধী দল- সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে যদিও এতিয়ালৈকে তাৰ কোনো স্থায়ী সমাধানৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd