DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মিজোৰাম

এম এন এফত যোগদান আইজল এফ চিৰ স্বত্বাধিকাৰী ৰবাৰ্ট ৰোমাৱাই ৰয়টেৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2018 11:06 am
MNF-570x320
106
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ ৰাজনীতিত নতুন মোৰ। সোমবাৰে দেশৰ আগশাৰীৰ ফুটবল ক্লাব আইজল এফ চিৰ স্বত্ত্বাধিকাৰী ৰবাৰ্ট ৰোমাৱাই ৰয়টে আনুষ্ঠানিকভাৱে মিজো নেশ্যনেল ফ্ৰণ্ট চমুকৈ এম এন এফত যোগদান কৰে।

উল্লেখ্য যে আইজল এফ চি হৈছে উত্তৰ-পূবৰ একমাত্ৰ ফুটবল ক্লাব যিয়ে দেশৰ সন্মানীয় তথা সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা আই লীগৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

‘মিজো নেশ্যনেল ফ্ৰণ্টত যোগদান কৰা সিদ্ধান্ত মোৰ বাবে সহজ নাছিল কিয়নো ৰাজ্য চৰকাৰৰ সৈতে আমাৰ নৰ্থ-ইষ্ট কনচালটেন্সি চাৰ্ভিচেছৰ বহু প্ৰকল্পৰ কাম চলি আছে’। এইদৰে ৰোমাৱিয়া ৰইটে সংবাদ মাধ্যমৰ আগত কয়।

তেওঁ লগতে কয়- ‘সমাজ তথা অৰ্থনৈতিক ক্ষেত্ৰখনৰ উন্নয়ন সাধন কৰাৰ মানসিকতা একমাত্ৰ এম এন এফ দলটোৰে আছে। সেয়ে মই বহু চিন্তা-চৰ্চা কৰাৰ পাছত এই দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সিদ্ধান্ত ল’লো। আজি ভগৱানে মোক দুখীয়া লোকৰ সমস্যা সমাধান কৰিবলৈ সুযোগ দিছে’।

আনহাতে আইজল এফ চিৰ স্বত্ত্বাধিকাৰীয়ে এম এন এফত যোগদান কৰাক লৈ যথেষ্ট সুখী তথা অনাগত দিনত এই যোগদানে দলটোক আৰু অধিক শক্তিশালী কৰি তুলিব লগতে ৰাজ্যৰ জনসাধাৰণে পুনৰ এবাৰ শাসনত অধিষ্ঠিত কৰিব বুলি আশা প্ৰকাশ কৰে দলৰ সভাপতি জোৰামথাংগাই।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd