• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৃশ্যপট সলনি, উপ মুখ্য মন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগ; আস্থাভোটৰ পূৰ্বেই বিজেপিৰ মুখথেকেচা!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2019 3:39 pm
AJIT-PAWAR-SHARAD-PAWAR

অজিত পাৱাৰ আৰু শাৰদ পাৱাৰ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আস্থাভোটৰ পূৰ্বেই পদত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ উপ মুখ্য মন্ত্ৰী অজিত পাৱাৰে। এন চি পিৰ নেতাসকলৰ সৈতে মঙলবাৰে পৃথকে পৃথকে বৈঠকত মিলিত হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে পাৱাৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মুখ্য মন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণবিছৰ সৈতে সাক্ষাৎ কৰাৰ পাছতেই পাৱাৰে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

Apply Now

বিৰোধী শিবিৰে দাবী কৰা মতে সংখ্যা গৰিষ্ঠতা নথকাৰ বাবেই অজিত পাৱাৰে এইদৰে পদত্যাগ কৰে।

ইপিনে, এন চি পিৰ জ্যেষ্ঠ নেতা ছগন ভুজবলে ইয়াৰ পূৰ্বেই অজিত পাৱাৰ দললৈ প্ৰত্যাৱৰ্তন কৰাৰ ইংগিত দিয়াৰ দাবী কৰিছিল।

দলটোৱে অজিত পাৱাৰে বিজেপিৰ সৈতে হাত মিলাই উপ মুখ্য মন্ত্ৰী হোৱাৰ পাছৰে পৰাই তেওঁক দললৈ ঘুৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

ইমানদিন এন চি পিৰ নেতাসকলক কোনো গুৰুত্ব নিদিয়া অজিত পাৱাৰে তেওঁৰ সংগীকেইজন এজন এজনকৈ শাৰদ পাৱাৰ শিৱিৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত অৱশেষত আজি দলটোৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়।

জানিব পৰা মতে, অজিত পাৱাৰে দলৰ নেতাসকলৰ সৈতে এক গোপন স্থানত মিলিত হয়। প্ৰায় এঘন্টা ধৰি হোৱা আলোচনাৰ পাছত তেওঁ দলৰ মুৰব্বী শাৰদ পাৱাৰ তথা দলটোৰ নেত্ৰী সুপ্ৰিয়া সূলেৰ সৈতেও কথা পাতে।

দলটোৰ নেতাসকলে অজিত পাৱাৰক সংখ্যা গৰিষ্ঠতা নোহোৱাৰ কথা উনুকিয়াই দি পদত্যাগ কৰাৰ পৰামৰ্শ দিয়ে। উপ মুখ্য মন্ত্ৰী পাৱাৰে এই সম্পৰ্কত মুখ্য মন্ত্ৰী ফাৰ্ণবিছক সাক্ষাৎ কৰি প্ৰায় বিশ মিনিট সময় কথা পাতে।

মুখ্য মন্ত্ৰী ফাৰ্ণবিছ সাক্ষাৎ কৰাৰ পাছত তেওঁ ভাতৃ শাৰদ পাৱাৰৰ গৃহত উপস্থিত হয় আৰু নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। আস্থাভোটৰ পূৰ্বেই তেওঁ এন চি পি শিবিৰলৈ উভতি আহিব বুলি জানিব পৰা গৈছে।

আনহাতে, আস্থাভোটৰ বাবে বিৰোধী কংগ্ৰেছকে ধৰি বাকীসকলে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। কংগ্ৰেছে আজি বিয়লি ৫ বজাত বিধায়িনী দলৰ বৈঠক আহ্বান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd