DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলাই আজমলৰ প্ৰশ্ন ‘এই কামটো আগৰ চৰকাৰে কিয় কৰিব পৰা নাছিল?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2021 7:36 pm
aj
471
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক ড্ৰাগছ আৰু গৰু চিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে ব্যাপক অভিযান। মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা এই এমাহ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই বহু ব্যৱসায়ীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

সেয়েহে বিৰোধীৰ মনত এক প্ৰশ্নৰ উদয় হৈছে যে পূৰ্বতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন ড্ৰাগছৰ লগতে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে নিমাত আছিল কিয় বা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াক লৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল?
ইপিনে, মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছৰ বিৰুদ্ধে এই তৎপৰতাৰ শলাগ লৈ তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে সাংসদ তথা এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমল।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলে।

আনহাতে, বদৰুদ্দিন আজমলৰ এক বক্তব্যৰ পৰা অনুমান কৰিব পাৰি যে সৰ্বানন্দ সোণোৱাল কিয় ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাত ব্যৰ্থ হৈছিল?

আজমলৰ মনত প্ৰশ্ন ‘এই কামটোৱেই আগৰ চৰকাৰে কিয় কৰিব পৰা নাছিল?’

আজমলৰ এই প্ৰশ্নই নিশ্চয়কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুমিকাত প্রশ্ন তুলিছে।

তেওঁ লগতে কয় ‘ড্ৰাগছৰ দৰে বহু চিণ্ডিকেট অসমত চলি আছে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই চিণ্ডিকেট বিলাকো অসমত বন্ধ হ’ব।‘

ইপিনে, অসমখন ড্ৰাগছ মুক্ত আৰু চিণ্ডিকেটমুক্ত হ’ব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd