• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২ টা বিশেষ খবৰ: এজেপিৰ দুই প্ৰাৰ্থীৰ মনোনয়ন নাকচ, নিৰ্দলীয় হিচাবে নিৰ্বাচন খেলাৰ ইংগিত শিলাদিত্যৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 10, 2021 9:48 pm

1 min read

a ele
693
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পৰা দুটা বিশেষ খবৰ ।

প্ৰথম খবৰটো হ’ল অসম জাতীয় পৰিষদ দলৰ দুজনকৈ প্ৰাৰ্থীৰ মনোনয়ন নাকচ হোৱা বুলি জানিব পৰা গৈছে।

মনোনয়ন নাকচ হোৱা অসম জাতীয়  পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে বটদ্ৰৱা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা অৰূপ কুমাৰ শইকীয়া আৰু মৰিয়নী সমষ্টিৰ পৰা এজেপিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰা অলোক ঘোষ।

দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰ্যাপ্ত নথিৰ অভাৱত ৰাজ্যিক নিৰ্বাচন আয়োগে নাকচ কৰা বুলি জানিব পৰা গৈছে।

দুয়োগৰাকী প্ৰাৰ্থীৰে মনোনয়ন নাকচ হোৱাত এতিয়া দুয়োটা সমষ্টিতে ৰাজনৈতিক সমীকৰণত যথেষ্ট পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে।

আনহাতে টিকটৰ পৰা বঞ্চিত হৈ আজি গুৱাহাটীত বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰা বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে নিৰ্দলীয় ভাবে নিৰ্বাচন খেলিব বুলি ইংগিত দিছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd