• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা সংঘৰ্ষ আৰু ন্যায় বহিৰ্ভূত হত্যাৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগলৈ জাতীয় পৰিষদৰ পত্ৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 20, 2021 4:19 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয় বিজেপি চৰকাৰ গঠনৰ পাছৰে পৰা এতিয়ালৈকে সংঘটিত ভুৱা সংঘৰ্ষ আৰু ন্যায় বহিৰ্ভূত হত্যাকাণ্ডসমূহৰ তদন্ত বিচাৰি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে অসম জাতীয় পৰিষদে।

উক্ত ঘটনাসমূহৰ পুঙ্খানুপুঙ্খ তদন্ত দাবী কৰিছে অসম জাতীয় পৰিষদে।

Apply Now

দলে মানৱাধিকাৰ আয়োগৰ অধ্যক্ষলৈ লিখা পত্ৰত কয় “সমাজ অপৰাধমুক্ত হ’ব লাগিব, এইটো সত্য৷ অপৰাধীৰ উচিত শাস্তিও হ’ব লাগিব৷ কিন্ত আইনী প্ৰক্ৰিয়াৰে বিচাৰ নকৰাকৈ কোনো অপৰাধীকে শাস্তি প্ৰদানৰ বিধান ভাৰতীয় ন্যায় ব্যৱস্থাত নাই৷ অথচ বিগত ছমাহ কাল ধৰি অসমত ভুৱা এনকাউন্টাৰ আৰু ন্যায় বহিৰ্ভূত হত্যাৰ বহুকেইটা ঘটনা সংঘটিত হৈছে৷


এনে ভুৱা সংঘৰ্ষ বা ন্যায় বহিৰ্ভূত হত্যাকাণ্ড সংঘটিত কৰিবৰ বাবে স্বয়ং চৰকাৰী মুৰব্বী মুখ্যমন্ত্ৰীগৰাকী ৰাজহুৱা মঞ্চত আৰক্ষীক উৎসাহিত কৰা দেখা গৈছে৷এনে কাৰ্য্যই আইনৰ শাসন প্ৰতিষ্ঠা কৰা ব্যৱস্থাটোক নস্যাৎ কৰে৷”

তদুপৰি জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই সন্দৰ্ভত কয়, “বিগত ছমাহে অসমত আৰক্ষীৰ জিম্মাৰ পৰা পলোৱাৰ অভিযোগত ৪০ জনতকৈ অধিক লোকক ভৰিত গুলিওৱা হৈছে৷ ৩০ জনতকৈ অধিক লোকক গুলিয়াই হত্যা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে৷ অপৰাধীয়ে শাস্তি পাব লাগিব, তাত কাৰো দ্বিমত নাই৷ কিন্তু শাস্তি হ’ব লাগিব আইনসন্মত৷ আইনৰ শাসন বৰ্তাই ৰাখিবলৈ হ’লে এনে ধৰণৰ আইন বহিৰ্ভূত কাৰ্যৰ বিৰোধিতা কৰিবই লাগিব৷ অসমত ন্যায় বহিৰ্ভূত হত্যাকাণ্ড সংঘটিত হৈ আছে বুলি শোণিতপুৰ জিলাৰ এগৰাকী সত্ৰ ন্যায়াধীশে উদ্বেগ প্ৰকাশ কৰাৰ বাতৰি চিন্তনীয়৷ সেয়ে উক্ত ঘটনাসমূহৰ তদন্ত হোৱা উচিত৷”

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd