• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত অঃ জাঃ যুঃ ছাঃ পঃৰ পিছত মুখ্য মন্ত্ৰীক গুৱাহাটীতো ক’লা পতাকা প্ৰদৰ্শন আছুৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 8, 2019 6:12 pm

2 min read

603
VIEWS
Share on FacebookShare on Twitter

“কেব” সন্দৰ্ভত নিমাতী কইনা হৈ কেন্দ্ৰৰ স্থিতিক সমৰ্থন কৰি অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি আছুৱে ক’লা পতাকা প্ৰদৰ্শন কৰে।

বিয়লি ৫ বজাত উজান বজাৰস্থিত চহিদ ন্যাসৰ সন্মুখৰ পথেৰে মুখ্য মন্ত্ৰীৰ কনভয়টো পাৰ হৈ যোৱাৰ সময়তে তাত ৰৈ থকা আছুৰ নেতা-কৰ্মীসকলে সোণোৱালক “কেব”ৰ বিৰোধিতাত এইদৰে ক’লা পতাকা প্ৰদৰ্শন কৰে। সেই সময়ত মুখ্য মন্ত্ৰী তেওঁৰ বৰ্তমানৰ ঠিকনা ব্ৰহ্মপুত্ৰ অতিথিশালালৈ গৈ আছিল।

হাতে হাতে ক’লা পতাকা লৈ পথৰ দাঁতিত থিয় হৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অমিত শ্বাহ হায় হায়, কেব বাতিল হ’ব লাগিবই আদি ধ্বনি দিয়ে।

আনহাতে ঘটনাস্থলীত উপস্থিত থকা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ওচৰত আঁঠু লৈছে।

“এওঁলোক কেৱল ক্ষমতাৰ খঁকত জীয়াই আছে। মুখ্য মন্ত্ৰীৰ গাদীখন দখল কৰাৰহে প্ৰতিযোগিতা এওঁলোকৰ। দিল্লীৰ মানুহৰ ভৰিত ধৰি কেনেকৈ মুখ্য মন্ত্ৰী হ’ব পাৰি তাৰে চিন্তাত মগ্ন”, লুৰিণজ্যোতিয়ে কয়।

তেওঁ বিজেপিয়ে ধৰ্মৰ ভিত্তিত বিদেশী জাপি দিব খুজিছে বুলি মন্তব্য কৰি কয়, “ইয়াত মূল ভূমিকা গ্ৰহণ কৰিছে মুখ্য মন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্তৰ দৰে বিশ্বসঘাতকে।”

অসমীয়া মানুহৰ আৱেগ অনুভূতি, ভাষা-সংস্কৃতি, খিলঞ্জীয়াৰ ভৱিষ্যত এইবোৰ তেওঁলোকৰ কাৰণে মূল্যহীন। কেৱল মুখ্য মন্ত্ৰীৰ আসনখনৰ বাবে তেওঁলোকৰ লালসা, লুৰিণজ্যোতিয়ে কয়।

ইপিনে আজি এটা কাৰ্য্যসূচীলৈ যাওঁতে মুখ্য মন্ত্ৰীক কলিয়াবৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ক’লা পতাকা প্ৰদৰ্শন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত সংগঠনটোৱে মুখ্য মন্ত্ৰীক এইদৰে ক’লা পতাকা দেখুৱায়।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd