• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধেয়ক বাতিলৰ দাবীত বোকাখাতত অঃ জাঃ যুঃ ছাঃ পঃৰ উত্তাল প্ৰতিবাদ; পথ অৱৰোধ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , December 5, 2019 8:54 pm

1 min read

বিধেয়ক বাতিলৰ দাবীত বোকাখাতত অঃ জাঃ যুঃ ছাঃ পঃৰ উত্তাল প্ৰতিবাদ; পথ অৱৰোধ
571
VIEWS
Share on FacebookShare on Twitter

“কেব”ক লৈ জ্বলিছে সমগ্ৰ ৰাজ্য। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি বোকাখাতত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সন্ধিয়া বোকাখাতৰ যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম জাতিয়তাবাদী ছাত্ৰ পৰিষদৰ সদস্য সকলে হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে কৰা এই প্ৰতিবাদৰ বাবে প্ৰায় এঘণ্টাৰ বাবে উজনি-নামনিৰ যাতায়াত বন্ধ হৈ পৰে।

প্ৰতিবাদকাৰীসকলে “নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অতুল বৰা মুৰ্দাবাদ” ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।

তাৰোপৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি দীপক হাজৰিকা আৰু অন্যান্য সদস্যসকলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধায়ক মানি লোৱা নহ’ব বুলি উল্লেখ কৰে।

লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহ’লে আন্দোলন তীব্ৰ কৰাৰ কথাও ঘোষণা কৰে ছাত্ৰ সংগঠনটোৱে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd