• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে বজালীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩৬ ঘণ্টীয়া অনশন

NE NOW NEWS এন ই নাও নিউজ
বজালী , December 17, 2019 4:41 pm

1 min read

AJYCP hunger strike

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

324
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে ১৬ ডিচেম্বৰ ৰাতিপুৱা ৮ বজাৰ পৰা নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।

৩৬ ঘণ্টীয়া অনশন কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ জিলা সভাপতি মৃদুল তালুকদাৰ আৰু সম্পাদক লক্ষেশ্বৰ দাসে অংশগ্ৰহণ কৰে।

অনশনত অংশগ্ৰহণ কৰা অনশনকাৰীসকলে নাগৰিকত্ব (সংশোধনী) আইন,২০১৯ বাতিল কৰাৰ বাবে দাবী জনায়।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩৬ ঘণ্টীয়া অনশন কাৰ্য্যসূচীত আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, বজাৰ সমিতি, পঠাশালা ৰঙালী বিহু সমিতি, অগপ কাৰ্য্যকৰ্তা, ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ সন্থা, ৰিক্সা চালক সন্থা, জেষ্ঠ নাগৰিক সমাজকে ধৰি ভালেমান দল, সংগঠনৰ প্ৰায় তিনি শতাধিক লোকে সমৰ্থন আগবঢ়ায়।

উল্লেখযোগ্য যে, অসম তথা উত্তৰ-পূবত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে   বিভিন্ন দল, সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়খন গৃহীত হোৱাৰ পাছৰে পৰা গুৱাহাটী মহানগৰীত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছিল যদিও আজি সান্ধ্য আইন উঠাই লোৱা হয়।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd