• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ কে ছিৰিজৰ ৰাইফলসহ গোলা-বাৰুদ উদ্ধাৰ কোকৰাঝাৰ আৰক্ষীৰ

Rinoy Basumatary ৰিণয় বসুমতাৰী
কোকৰঝাৰ , July 18, 2020 4:11 pm

1 min read

IMG-20200718-WA0089
1.2k
VIEWS
Share on FacebookShare on Twitter

এটা এ কে চিৰিজৰ ৰাইফলসহ বহু পৰিমাণৰ গোলা-বাৰুদ উদ্ধাৰ কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।

কোকৰাঝাৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষ বেদান্ত বৰকাকতী আৰু বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী এটা দলে  উদ্ধাৰ  কৰে এই অবৈধ মাৰাণাস্ত্ৰসমূহ।

কোকৰাঝাৰ আৰক্ষীৰ অভিযানকৰাৰী দলটোৱে বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিপকাই সংৰক্ষিত বনাঞ্চলৰ অবৈধ মাৰাণাস্ত্ৰৰ সন্ধানত অভিযান চলাইছিল।

অভিযানকাৰী দলটোৱে অঞ্চলটোৰ দুলীগাঁৱৰ এখন বাঁহনী পৰা উদ্ধাৰ কৰে অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰীসমূহ।

“অভিযান কালত দলটোৱে এটা এ কে চিৰিজৰ ৰাইফল, দুটা একে চিৰিজৰ মেগজিন, প্লাষ্টিকেৰে মেৰিয়াই থোৱা ৩০ টা একে চিৰিজৰ গুলী উদ্ধাৰ কৰে।” কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে কয়।

এই অবৈধ অস্ত্ৰসমূহ স্বতন্ত্ৰ সাক্ষীৰ সন্মুখত উদ্ধাৰ কৰে বুলিও জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd