• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোৰ গাটো খুব বেয়া; ইমান কষ্ট পাইছো : কোভিড আক্ৰান্ত অখিল

ৰুগীয়া দেহাৰে অখিলে দোহাৰিলে "জয় আই অসম"

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 12, 2020 11:33 am

1 min read

WhatsApp Image 2020-07-12 at 11.08.32 AM

জিএমচিএইচলৈ কোভিড আক্ৰান্ত অখিল গগৈ। ফটো: নৰ্থইষ্ট নাও

6.7k
VIEWS
Share on FacebookShare on Twitter

কালি বিয়লিৰ ভাগত দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা অখিল গগৈক মাজনিশা GMCH ত ভৰ্তি কৰোৱা হয়।

কটকটীয়া  নিৰাপত্তা বেষ্টনীৰ মাজেৰে কোভিড-১৯ পজিটিভ অহাৰ প্ৰায় ৬-৭ ঘণ্টাৰ পাছত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পোনে পোনে GMCH লৈ অনা হয় অখিলক।

GMCHত এম্বুলেন্সৰ পৰা নমাৰ পাছতে অসুস্থ অখিল গগৈৰ মুখত পুনৰবাৰ শুনা গ’ল ‘জয় আই অসম’ ধ্বনি।

ৰোগাক্ৰান্ত কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈ গ’ল-“মোৰ গাটো খুব বেয়া। ইমান কষ্ট পাইছো। ইয়াত বহুত কষ্ট দিয়া হৈছে। আৰু সহ্য কৰিব নোৱাৰা হৈছো। অসমবাসী ৰাইজৰ ভাল হওঁক।”

ইপিনে, কোভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছত বিয়লি ৫ বজাৰ পৰাই কাৰাগাৰৰ ভিতৰতে বহাই ৰখাৰ গুৰুতৰ অভিযোগ তোলে কৃষক নেতাগৰাকীয়ে।

উল্লেখযোগ্য যে, দুদিন পূৰ্বে কোভিড-১৯ নিগেটিভ অহা অখিল গগৈৰ কালি এন্টিজেন টেষ্টত কোভিড-১৯ পজিটিভ আহে।

তেওঁৰ লগতে কৃষক নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালো কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈছিল। তেওঁলোকো বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে।

Recent News

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd