• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া জাতিক ভাল পোৱাসকলে বিজেপিক ভোট দিবলৈ নিশ্চয়কৈ কুণ্ঠাবোধ কৰিব : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2019 5:02 pm
Akhil on BJP Menifesto

নিজৰ বাসগৃহত সংবাদমেল দিয়া অৱস্থাত কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ “সংকল্প পত্ৰ” প্ৰকাশ পোৱাৰ পাছতে অখিল গগৈয়ে নিজৰ বাসগৃহত এখন সংবাদমেল দি কয় যে দেশ আৰু অসমীয়া জাতিক ভাল পোৱাসকলে বিজেপিক ভোট দিবলৈ নিশ্চয়কৈ কুণ্ঠাবোধ কৰিব। যদি কোনো অসমীয়াই বিজেপিক ভোট দিয়ে তেন্তে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ’ব।

“অসমীয়া জাতি আত্মঘাতী জাতি বুলি প্ৰমাণ হ’ব যদিহে বিজেপিৰ পক্ষত ভোট দিয়ে”, অখিল গগৈয়ে কয়।

Apply Now

বিজেপিয়ে ইস্তাহাৰত শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ’বই বুলি স্পষ্ট আৰু দৃঢ়তাৰে উল্লেখ কৰাৰ পিছত গগৈয়ে“ এতিয়া অগপৰ স্থিতি কি হ’ব” বুলি প্ৰশ্ন কৰে।

“যদি অসমবাসী ৰাইজৰ লগত অগপ আছে, তেন্তে ২৪ ঘণ্টাৰ ভিতৰত ওলাই আহক বিজেপিৰ মিত্ৰজোঁটৰ পৰা”, আঞ্চলিক দলটোক অখিল গগৈৰ আহ্বান। বি পি এফকো একেই আহ্বান নেতাজনৰ।

আনপিনে আছুৰ ভূমিকাকো সমালোচনা কৰে কৃষক মুক্তিৰ নেতাজনে। আছুৱে বিজেপিক পোনপটীয়াকৈ ভোট নিদিবলৈ বৰ্তমানলৈকে কোৱা নাই বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ সংগঠনটোক স্পষ্টকৈ বিজেপিক ভোট নিদিবলৈ ক’বলৈ আহ্বান জনায়। বিজেপি দলৰ বিৰুদ্ধে অৱস্থান লৈ বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈও আহ্বান জনাইছে নেতাজনে।

তেওঁ সকলো জাতীয় সংগঠনলৈ আহ্বান জনাই কয়, “অহা ১১ এপ্ৰিলৰ পৰা সকলো সমষ্টিতে জাতীয় দল-সংগঠন একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাওঁ আহক, যাতে বিজেপি জয়ী হ’ব নোৱাৰে।”

বিজেপিয়ে ইস্তাহাৰত গোর্খাসকলৰ জনজাতিকৰণৰ কথা উল্লেখ কৰিছে যদিও ৬ জনগোষ্ঠীক জনজাতিকৰণৰ কথা উল্লেখ নকৰিলে। গগৈয়ে ইয়াক বিজেপিয়ে ৬ জনগোষ্ঠীক ৰামঠগন দিলে বুলি কয়। অৱশ্যে তেওঁ গোর্খাসকলক জনজাতিকৰণ কৰাৰ বিৰোধী নহয়, কিন্তু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ কথা ইস্তাহাৰত প্ৰকাশ নোপোৱাটো দুৰ্ভাগ্যজনক বুলি কয়।

গগৈয়ে সংবাদমেলত নিৰ্বাচনী প্ৰচাৰৰ বাবে বিভিন্ন ঠাইত সভা-সমিতি কৰি ফুৰা মুখ্য মন্ত্ৰী, ৰঞ্জিত দাস আৰু হিমন্তৰ হেলিকপ্টাৰত তালাচী চলাবৰ বাবে ফ্লায়িং স্কোৱাডক আহ্বান জনায়। লগতে তেওঁ নিউজ লাইভ নামৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেলটো  আৰু নিয়মীয়া বাৰ্তা নামৰ বাতৰিকাকতখনত প্ৰকাশিত পেইড নিউজ বন্ধ কৰিবলৈও দাবী কৰে।

ইপিনে ৰাজ্যত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত নমা কনৰাড চাংমাৰ এন পি পিৰ ভূমিকাকো সন্দেহজনক বুলি কয় অখিল গগৈয়ে। তেওঁৰ মত, এন পি পিয়ে নাগৰিকত্ব সংশোধনী বিৰোধী ভোট ভাঙিবলৈ প্ৰাৰ্থী থিয় কৰাইছে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd