• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিয়াৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পাছতো পুনৰ গ্ৰেপ্তাৰ হ’ব অখিল গগৈ

মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা নাই অখিল গগৈৰ!

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 17, 2020 7:08 pm

2 min read

Akhil Gogoi Again Greptar

অখিল গগৈ

22.1k
VIEWS
Share on FacebookShare on Twitter

নিয়াৰ গোচৰৰ পৰা মুক্ত হৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে জামিন লাভ কৰিছিল।

কিন্তু, কৃষক নেতাগৰাকীৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা নাইকিয়া হৈ পৰিছে।

পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে উজনি অসমৰ কেইবাখনো থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে।

চাবুৱা, গৌৰীসাগৰ, শিৱসাগৰ, টিয়ককে ধৰি অন্য বহুকেইখন থানাত অখিলৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা গৈছে।

অখিলৰ বিৰুদ্ধে টীয়ক থানাত ৬৯৫/১৯, শিৱসাগৰ থানাত ১৩৪৪/১৯ গৌৰীসাগৰ থানাত ১৫৪/১৯ আৰু চাবুৱা থানাত ২৮৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/ ১৪৭/ ১৪৮/ ১৪৯/ ৩৩৬/ ৩৫৩/  ৩২৬/ ৩০৭ ধাৰাত গোচৰ ৰুজু হৈ আছে।

শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত shown arrest -বাবে উক্ত গোচৰৰ ভিত্তিত শিৱসাগৰ আৰু গৌৰীসাগৰ আৰক্ষীয়ে আবেদন জনাইছে বুলি জানিব পৰা গৈছে। সেই আবেদন মঞ্জুৰ কৰিছে শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে।

যিকোনো মুহূৰ্তত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব কৃষক নেতা অখিল গগৈক।

উল্লেখযোগ্য যে, আজি ৰাতিপুৱা নিয়াৰ আদালতত জামিন আবেদন দাখিল কৰিছিল অখিলৰ অধিবক্তাই।

অখিলৰ হৈ আদালতত যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰে। সেই আবেদনৰ ভিত্তিত নিয়া আদালতে ৩০ হাজাৰ টকা জৰিমনা আৰু এগৰাকীৰ চিকিউৰিটিত অখিল গগৈৰ জামিন মঞ্জুৰ কৰে।

কালি নিয়াই অভিযোগ নামা দাখিলৰ বাবে পুনৰ ৯০ দিনৰ সময় বিচাৰি আবেদন জনাইছিল যদিও কিন্তু সেই আবেদন নিয়াৰ আদালতে খাৰিজ কৰে।

ইপিনে, বাৰম্বাৰ এটাৰ পাছত আন এটা গোচৰ জাপি দি কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ এক ষড়যন্ত্ৰ আখ্যা দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা মুকুট ডেকাই।

Recent News

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd