• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য! কাৰাগাৰত থাকিও ৰাইজৰ দলৰ সভাপতি হ’ব অখিল গগৈ

কাৰ্য্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু উপ-সভাপতি হ’ব কোন কোন?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 8, 2021 9:19 pm
akhil-1581351855
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰত ৩৯২ টা দিন ইতিমধ্যে সম্পূৰ্ণ হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ।

তেওঁ কাৰাগাৰত আছে যদিও তেওঁৰ নেতৃত্বতে ৰাইজৰ দলে আগন্তুক ২০২১ ৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিব।

Apply Now

আজিৰ নিশাৰ ভাগলৈ অখিল গগৈৰ অনুপস্থিতিতো তেওঁক দিয়া হ’ব ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব।

মৰাণত চলি থকা ‘ৰাইজৰ দল’ৰ ৰাজনৈতিক অভিৱৰ্তনতে অখিল গগৈক দিয়া হ’ব এই গুৰু দায়িত্ব। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ৰুবুল দাসে।

তেওঁ কয় ‘অখিল গগৈ কেৱল এজন ব্যক্তি নহয় তেওঁ এক অপ্ৰতিৰোধ্য প্ৰতিবাদী সত্তা। সেয়েহে উপদেষ্টা, মুখ্য আহ্বায়ক, আহ্বায়ক অন্য বিষয়া, কৰ্মী সকলোৱে অখিল গগৈক সকলোৰে সৰ্ব সন্মত্তিক্ৰমে ৰাইজৰ দলৰ সভাপতি পদত মনোনীত কৰিব।‘

আনহাতে, আমাৰ হাতত ৰাইজৰ দলৰ অন্য এক উচ্চস্তৰীয় সুত্ৰৰ পৰা অহা খবৰ অনুসৰি ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি হ’ব ভাস্কোডি শইকীয়া।

সাধাৰণ সম্পাদক হিচাপে ৭ গৰাকী মুখ্য আহ্বায়ক তথা আহ্বায়কক দিয়া হ’ব সাধাৰণ সম্পাদকৰ দায়িত্ব।

সুত্ৰটোৱে জনোৱা অনুসৰি সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ’ব জিতুল ডেকা, ৰুবুল দাস, গিৰিশংকৰ গোস্বামী, লোহিত গগৈ, হুছেইন মহম্মদ চাহজাহান, ৰাজু শইকীয়া, অংকুৰ শইকীয়া আৰু মহেন্দ্ৰ দিহিঙীয়াক।

ইপিনে, কমল মেধি, দিৱস ফুকন, দিলীপ বৰা, ভবেন সন্দিকৈ, ৰাফেল হুছেইনকে ধৰি মুঠ ২০ জনক উপ সভাপতিৰ দায়িত্ব দিয়া হ’ব।

উল্লেখ্য যে, যোৱা ৭ জানুৱাৰীৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মৰাণত অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ ৰাজনৈতিক অভিৱৰ্তন।

এইসকল নেতাৰ নেতৃত্বত কিদৰে ৰাইজৰ দল পৰিচালিত হয় বা বিজেপিৰ বিৰুদ্ধে কেনেদৰে যুঁজত নামিব পাৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd