• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ সংবাদমেল : তিনিটা কাৰণৰ বাবে বিজেপিক ভোট দিছে ৰাইজে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2019 6:32 pm
Akhil Gogoi

সংবাদমেলত কৃষক মুক্তিৰ নেতা অখিল গগৈ। ২৪ মে'ত, চামনাৰিত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলক উপযুক্ত বিকল্পহীনতাত জনসাধাৰণৰ মতদান আখ্যা দিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে।

বিজেপিৰ জয়ক দেশবাসীৰ বাবে বেয়া খবৰ আখ্যা দি নেতাজনৰ মন্তব্য, “ফলাফলত বিজেপিৰ জয় নিশ্চিতভাৱে দেশবাসীৰ বাবে বেয়া খবৰ। জনগণে যেন নিজে নিজৰ বিৰুদ্ধে ভোটদান কৰিলে। ইমান ডাঙৰ জয়ৰ পাছতো মানুহৰ মাজত ফূৰ্তি নাই। ই বিকল্পহীনতাৰ বাবেহে যে বিজেপিক ভোট দিছে তাকে প্ৰমাণ কৰে”।

Apply Now

নেতাজনে আজি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত চানমাৰিৰ নিজৰাপাৰৰ বাসভৱনতে প্ৰথমখন সংবাদমেল সম্বোধন কৰে।

ফলাফলৰ পিছত বিজেপি কর্মকৰ্তাৰ বাদে জনসাধাৰণৰ মনত কোনো আনন্দ–উল্লাস, আৱেগৰ চিন নাই, ফূৰ্তি নাই বুলি গগৈয়ে দাবী কৰে।

তেওঁ কয়, “ৰাইজে জানে যে বিজেপি চৰকাৰে কৃষকৰ কাৰণে একো কৰা নাই, নিবনুৱাৰ বাবেও একো কৰা নাই। কৃষকৰ মৃত্যু হৈছে। যোৱা ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা বৃদ্ধি পাইছে। ভোটদাতাসকলৰ বাবেও একো কৰা নাই।”

হিন্দু জাতীয়তাবাদৰ দ্বাৰা প্ৰভাৱিত ৭৫ শতাংশ মানুহেই বিজেপিক ভোট দিছে বুলি কৈ গগৈৰ দাবী, “বিজেপিক তিনিটা কাৰণেই ভোট দিছে, “ৰাষ্ট্ৰবাদ, হিন্দুত্ব আৰু হিন্দু জাতীয়তাবাদ, বিজেপি আৰু আৰ এছ এছৰ পেচাদাৰিত্ব আৰু ধনৰ প্ৰয়োভৰ তথা সৰ্ব ভাৰতীয় সংবাদ মাধ্যমক নিজৰ লগত ৰখা।”

তেওঁ এই নিৰ্বাচনক বদলি কৰি দিব পৰা নিৰ্বাচন বুলি কয়। মোদী অধিক ক্ষমতাশালী হৈ গণতান্ত্ৰিক প্ৰমূল্য নাইকিয়া কৰিব পাৰে, হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে উঠিপৰি লাগিব পাৰে আৰু নব্য উদাৰনৈতিক নীতিক আগ বঢ়াই নিবৰ বাবে জনতাক ওলাই কৰাৰ এজেণ্ডা ল’ব পাৰে। মোদী আৰু অমিত শ্বাহে বিপক্ষক অৱমাননা, সংবাদ মাধ্যম, গণতান্ত্ৰিক আন্দোলনক অৱমাননা কৰিব পাৰে। সংবিধানৰ গাথঁনি ভাঙি দিবলৈ চাব পাৰে, ফেচিবাদী দেশ গঢ়াৰ বাবে চেষ্টা কৰিব পাৰে, কৃষক নেতাজনৰ মত।

গগৈৰ মতে, এই ফলাফলে কংগ্ৰেছক ম্লান কৰাৰ লগতে জাতীয়তাবাদী দল, বাওঁপন্থীক, আম আদমীক নস্যাৎ কৰিলে, আঞ্চলিকতাবাদী, বিজেপিৰ সহযোগী দলক পোহৰহীন কৰিলে।

তেওঁ এই সময়ক বিকল্প ৰাজনীতিৰ বাবে চিন্তা কৰিবৰ বাবে উপযুক্ত সময় আখ্যা দিয়ে।

“গণতন্ত্ৰ ৰক্ষাৰ বাবে আমিও বিকল্পৰ সন্ধানৰ বাবে কাম কৰিম। প্ৰকৃত নতুন বিকল্পৰ কাৰণে ৰাইজ ওলাই আহক। আমিও প্ৰস্তুত”, গগৈয়ে কয়।

তেওঁ লগতে দাবী কৰে, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুৰ বাবেই সন্মানজনক বাবে বিৰোধী পক্ষ হাৰিলে। এই ইছ্যু নোহোৱা হেঁতেন আৰু বেয়াকৈ বিৰোধী হাৰিল হেঁতেন।”

আঞ্চলিক দল তথা বিজেপিৰ মিত্ৰ অগপ সন্দৰ্ভত গগৈয়ে কয়, “স্বাভাৱিকভাৱেই অগপৰ মৃত্যু ঘটিব। লীডাৰ থাকিব, কিন্তু দল নাথাকে। কংকালটো জীয়াই থাকিব কাৰণ তাৰ বাবে কেইজনমান নেতাই যুঁজি থাকিব। ৰাম ঠগন দিয়াৰ পাছতো অগপই লগ এৰা নাই বিজেপিৰ।”

নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যুজঁ কৰি যাব, অসমক ধ্বংস হ’বলৈ নিদিয়ে বুলিও নেতাজনে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd