• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈৰ সংবাদ মেল : কেন্দ্ৰই অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃত নহয় বুলি কোৱাৰ পিছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 2, 2019 5:26 pm
Assam NRC: BJP govt trying to delay process, says Akhil Gogoi

অখিল গগৈৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

1.8k
VIEWS
Share on FacebookShare on Twitter

কালি সংসদত কেন্দ্ৰীয় জলসম্পদ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰতন লাল কাটাৰিয়াই অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া নহয় বুলি ঘোষণা কৰাৰ পাছতে আজি অসমৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে মঙলবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা দলৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

সংবাদ মেল সম্বোধন কৰি অখিল গগৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত অসমৰ গামোচালৈ যোগ অভ্যাস কৰি অসমৰ মানুহক আৱেগিক ব্লেকমেইলিং কৰাৰ বাহিৰে আন একো কৰা নাই বুলি সমালোচনা কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি সোনকালে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষাণা কৰাৰ দাবীৰে ৩ জুলাইত সমগ্ৰ ৰাজ্যজুৰি প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, অখিল গগৈয়ে বিজেপিৰ অসম ভিজন ডকুমেণ্টত ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱেৰ অভিলাসী আঁচনিৰ কথা উল্লেখ কৰি কয় যে কালি সংসদত বিজেপিয়ে ব্ৰহ্মপুত্ৰ খনন অসম্ভৱ বুলি কোৱাৰ লগে লগে বিজেপি দলৰ মিথ্যাচাৰ ৰাইজৰ আগত ওলাই পৰিল। বিজেপি দলৰ এনে স্বজনবিৰোধী ঘোষনাই দলটোক বিশ্বাসঘাটক বুলি পুনৰ বাৰ স্পষ্ট কৰি দিলে বুলি গগৈয়ে সমালোচনা কৰে।

তদুপৰি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাগৰাকীয়ে বিজেপিয়ে কালি সংসদত প্ৰকাৰন্তে ছয় জাতিৰ জনজাতিকৰণ সম্ভৱ নহয় বুলি ঘোষণা কৰা বুলি কয়।

ইতিমধ্যে মডেলিটি কমিটিৰ অনুমোদন দি থোৱাৰ পাছতো পুনৰ মডেলিটি কমিটি অনুমোদনৰ কথা কোৱাৰ উদ্দেশ্য হ’ল ছয় জনগোষ্ঠীক ঠগা বুলিও অখিল গগৈয়ে মন্তব্য কৰি ছয় জনগোষ্ঠীৰ নেতৃবৃন্দক বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনায়।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd