• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ সংবাদ মেল : কেন্দ্ৰই অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃত নহয় বুলি কোৱাৰ পিছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 2, 2019 5:26 pm
Assam NRC: BJP govt trying to delay process, says Akhil Gogoi

অখিল গগৈৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি সংসদত কেন্দ্ৰীয় জলসম্পদ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰতন লাল কাটাৰিয়াই অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া নহয় বুলি ঘোষণা কৰাৰ পাছতে আজি অসমৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে মঙলবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা দলৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

Apply Now

সংবাদ মেল সম্বোধন কৰি অখিল গগৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত অসমৰ গামোচালৈ যোগ অভ্যাস কৰি অসমৰ মানুহক আৱেগিক ব্লেকমেইলিং কৰাৰ বাহিৰে আন একো কৰা নাই বুলি সমালোচনা কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি সোনকালে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষাণা কৰাৰ দাবীৰে ৩ জুলাইত সমগ্ৰ ৰাজ্যজুৰি প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, অখিল গগৈয়ে বিজেপিৰ অসম ভিজন ডকুমেণ্টত ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱেৰ অভিলাসী আঁচনিৰ কথা উল্লেখ কৰি কয় যে কালি সংসদত বিজেপিয়ে ব্ৰহ্মপুত্ৰ খনন অসম্ভৱ বুলি কোৱাৰ লগে লগে বিজেপি দলৰ মিথ্যাচাৰ ৰাইজৰ আগত ওলাই পৰিল। বিজেপি দলৰ এনে স্বজনবিৰোধী ঘোষনাই দলটোক বিশ্বাসঘাটক বুলি পুনৰ বাৰ স্পষ্ট কৰি দিলে বুলি গগৈয়ে সমালোচনা কৰে।

তদুপৰি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাগৰাকীয়ে বিজেপিয়ে কালি সংসদত প্ৰকাৰন্তে ছয় জাতিৰ জনজাতিকৰণ সম্ভৱ নহয় বুলি ঘোষণা কৰা বুলি কয়।

ইতিমধ্যে মডেলিটি কমিটিৰ অনুমোদন দি থোৱাৰ পাছতো পুনৰ মডেলিটি কমিটি অনুমোদনৰ কথা কোৱাৰ উদ্দেশ্য হ’ল ছয় জনগোষ্ঠীক ঠগা বুলিও অখিল গগৈয়ে মন্তব্য কৰি ছয় জনগোষ্ঠীৰ নেতৃবৃন্দক বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd