• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চুপাৰিৰ লগত সোণ, অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ অভিযোগ কৃষক নেতা অখিল গগৈৰ

NE NOW NEWS শান্তনু শইকীয়া
গুৱাহাটী , August 25, 2019 8:46 am

1 min read

24-08-19 Guwahati- Akhil Gogoi press conference (1)

শনিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন অখিল গগৈৰ। ফটো : য়ু বি

2.4k
VIEWS
Share on FacebookShare on Twitter

চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কৃষক নেতা অখিল গগৈ।

শনিবাৰে গুৱাহাটীৰ কৃষকমুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি চুপাৰি ছিণ্ডিকেট সম্পৰ্কত পুনৰ বিস্ফোৰণ ঘটায় ৷

কৃষক নেতাগৰাকীয়ে এইবাৰ চুপাৰি ছিণ্ডিকেট সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে ২২ আগষ্টতে ৰুজু কৰা গোচৰ পঞ্জীয়ন নকৰাক লৈ সৰৱ গগৈয়ে কয়, ‘’ছীল মোহৰ মাৰি ৰিচিভ কৰা এজাহাৰ এতিয়ালৈকে পঞ্জীয়ন কৰা নাই। অতি শীঘ্ৰে যদি চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে দিয়া গোচৰ পঞ্জীয়ন নকৰে তেন্তে অচিৰেই আৰক্ষী দায়বদ্ধতা নহ’লে আদালতৰ কাষ চাপিম।’’

সংবাদমেলতে গগৈয়ে, ‘চুপাৰিৰ লগত সোণ, অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰে’ বুলিও অভিযোগ কৰে।

জব্দকৃত ট্ৰাকৰ পৰা আৰক্ষীয়ে পইচা লৈ সেই সমূহ এৰি দিয়াৰ অভিযোগো উত্থাপন কৰে গগৈয়ে।

তদুপৰি, গগৈয়ে জব্দকৃত ২৬খন চুপাৰি ট্ৰাক বাৰ্মিজ চুপাৰি বুলি দাবী কৰে। এই চুপাৰি সমূহ ইণ্ডোনেছিয়াৰ পৰা অনা হৈছে আৰু এই চুপাৰি সমূহ অতি নিম্নমানৰ বুলি জানিবলৈ দিয়ে গগৈয়ে।

আনহাতে, এতিয়ালৈকে কিয় ইয়াৰ পৰীক্ষা কৰা হোৱা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে।

উল্লেখ্য যে যোৱা ১৬ আগষ্টত তাজ ভিভান্টাত চুপাৰি চিণ্ডিকেটৰ গোপন বৈঠক হৈছিল বুলি গগৈয়ে দাবী কৰিছিল। পৰবৰ্তী সময়ত এই সন্দৰ্ভত তেওঁ জালুকবাৰী থানাত গোচৰ দিছিল।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd