DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপ নিৰ্বাচনত বাহুবল-ধনবল আৰু EVM টেম্পাৰিং কৰি জয়ী হ’ল বিজেপি : অখিল গগৈ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 3, 2021 3:52 pm
171
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰে ।

উক্ত সংবাদমেলতে বিজেপি কেনেকৈ উপ নিৰ্বাচনত জয়ী হ’ল সেই কথা উল্লেখ কৰে গগৈয়ে।

তেওঁ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি কয় “এইবাৰ উপ নিৰ্বাচনত বাহু বল আৰু ধন বলৰ খতুৱাইছে বিজেপিয়ে ।EVM টেম্পাৰিং কৰি জয় হ’ল বিজেপি ।

নিৰ্বাচন আয়োগকো তেওঁলোকে ব্যবহাৰ কৰিছে, কিয়নো বাৰম্বাৰ নিৰ্বাচন আয়োগক বিজেপিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।”

অখিল গগৈৰ মতে “বিজেপিৰ জয় প্ৰকৃত জয় নহয় । এয়া বাহু বলৰ জয় ।ইপিনে, এই নিৰ্বাচনত বিজেপিয়ে ৫০ কোটি টকা খৰচ কৰিছে বুলি গুৰুতৰ অভিযোগ তুলি অখিলে কয় “কিন্তু আমি সামান্য ধনেৰে নিৰ্বাচনত যুজ দিছিলোঁ ।”

২০২৬ ত বিজেপি ক পৰাভূত কৰাৰ বাবে ৰাইজৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাক কাম কৰাৰ আহ্বান অখিল গগৈৰ ।

ইপিনে, থাওৰা আৰু মৰিয়নি সমষ্টিত ৰাইজক ধন্যবাদ জনাই তেওঁ কয় “থাওৰাৰ ৰাইজৰ দলৰ কোনো সাংগঠনিক ভেটি নাছিল মাত্ৰ ৪১ টা দিন তাত সাংগঠনিক কাম কৰিবলৈ সুবিধা পাইছিলো তাৰ পাছত এই ভোট আমাৰ বাবে আশীৰ্বাদ ।”

“থাওৰা ত আমি পৰাজয় বৰণ কৰিলেও আমি ক‌ও এয়া ভবিষ্যত বিজয়ৰ আধাৰশিলা এই নিৰ্বাচন ।” অখিল গগৈয়ে এইদৰে কয়।

অখিলৰ মতে, উজনি অসমত ৰাইজৰ দল শক্তিশালী বিৰোধী হিচাপে পৰিগণিত হৈছে ।

উজনিত বিজেপি দল ৰ বিকল্প হিচাপে ৰাইজৰ দলক গ্ৰহণ কৰিছে।

 ২০২৪ ৰ লোকসভা নিৰ্বাচনতো প্ৰত্যাহ্বান জনাব ৰাইজৰ দলে ।

Recent News

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd