• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাত বুলাই দিয়ানা অ’ মা… দীৰ্ঘদিনৰ মূৰত মাতৃক লগ পাই আবেগিক হৈ পৰিল অখিল গগৈ

পিছত পুনৰ জামিন লৈ আহি কৰোৱাব মাকৰ চকুৰ অস্ত্ৰপোচাৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2021 7:36 pm
Akhil-Gogoi
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুদিনৰ বাবে পেৰ’লত মুক্তি পাই যোৰহাটৰ চেলংহাটৰ ঘৰখনত উপস্থিত হৈয়ে আবেগিক হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

নিজৰ গাঁও খনত উপস্থিত হোৱাৰ পিছতে অখিল গগৈক ফুলাম গামোচাৰে গঞাই উষ্ণ আদৰণি জনায়।গৰত উপস্থিত হৈয়ে অখিল গগৈয়ে তেওঁৰ ৰোগাক্ৰান্ত মাতৃক সাৱটি ধৰে।

Apply Now

এই দৃশ্য প্ৰত্যক্ষ কৰি উপস্থিত বহুতৰে চকু চলচলীয়া হৈ পৰা পৰিলক্ষিত হয়। গাঁওবাসীৰ আগত অখিল গগৈয়ে কয় যে তেওঁ শিৱসাগৰৰ ঐতিহাসিক সমল সমূহৰ সংৰক্ষণত গুৰুত্ব দিব।

অসমত নৈৰাজ্যৰ পৰিবেশে বিৰাজ কৰা বুলিও তেওঁ মন্তব্য কৰে।তেওঁ লগতে কয় যে তেওঁৰ মাতৃ প্ৰিয়দা গগৈৰ চকুৰ অস্ত্ৰপোচাৰৰ প্ৰয়োজন হৈছে। কিন্তু এইবাৰ তেওঁ মাকক সময় দিব নোৱাৰিব।

পিছত জামিন পালে  মাকৰ চকুৰ অস্ত্ৰপোচাৰ কৰোৱাব বুলি তেওঁ কয়।
উল্লেখ্য দুদিনৰ বাবে মুকলি আকাশৰ তললৈ ওলাই আহিছে শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ।

একাধিক গোচৰত অভিযুক্ত হৈ বৰ্তমান স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে বন্দী হৈ থকা অখিল গগৈক তেওঁৰ বৃদ্ধা মাতৃক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে মুকলি কৰি দিছিল NIA ৰ আদালতে।

সেইমৰ্মে যোৱানিশা ৯ বজাৰ পিছত জিএমচিএইছৰ পৰা ওলাই আহে অখিল গগৈ। বিধায়ক গগৈয়ে তেওঁৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল।
কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা পোনে পোনে চান্দমাৰীৰ নিজৰাপাৰৰ গৃহলৈ নিয়া হয় অখিল গগৈক।

নিশাই মাতৃক সাক্ষাতৰ বাবে নিয়া হয় যোৰহাটৰ বাসগৃহলৈ। প্ৰায় ডেৰ বছৰৰ অন্তত নিজৰ মৰমৰ ঘৰখনত উপস্থিত হৈছে অখিল গগৈ।

তেওঁ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে যোৰহাটৰ চেলেংহাট গাঁৱলৈ গৈ মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰে। উল্লেখ্য চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকীক ঘুঁচিয়াই দাঁত ভঙা গোচৰত অভিযুক্ত হোৱা গোচৰটো NIA ই লৈছিল।

ইতিমধ্যে, কেইমাহমান পূৰ্বে গোচৰটোত জামিন লাভ কৰিছিল যদিও অলপতে NIA ৰ আদালতে গোচৰটোৰ পৰা দোষমুক্ত কৰে কাৰাৰুদ্ধ অখিল গগৈক।

কিন্তু এতিয়াও যেন অখিল গগৈৰ ডিঙিৰ পৰা NIA ৰ কাঁইটডাল আঁতৰা নাই। এতিয়াও একাধিক গোচৰৰ পৰা মুক্ত হোৱা নাই কাৰাৰুদ্ধ অখিল গগৈ।

ৰাইজৰ দলৰ দাবী —জামিন প্ৰদান কৰি শীঘ্ৰেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক মুক্তি দিব লাগে।
উল্লেখ্য কালি দিনত অখিল গগৈৰ মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰাৰ বাবে নিয়া আদালতে আবেদন মঞ্জুৰ কৰিছিল।

অখিলৰ হৈ অধিবক্তাই আবেদন জনাইছিল নিয়া আদালতত।

ইপিনে, চান্দমাৰী বাসগৃহত উপস্থিত হৈয়েই পুত্ৰ-পৰিবাৰক লগ পাই উৎফুল্লিত হৈ পৰিছিল অখিল গগৈ।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd