• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

COVID-19 ৰ বিৰুদ্ধে যুঁজত এইবাৰ BMC ক ৩ কোটি টকা আগবঢ়ালে অক্ষয় কুমাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2020 8:38 am
Akshay-Kumar

অভিনেতা অক্ষয় কুমাৰ

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ পাছত এইবাৰ বৃহনমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যন (BMC)ক ৩ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।

এই বৰঙণি অভিনেতাজনে COVID-19ৰ বিৰুদ্ধে যুঁজত নিয়োজিত প্ৰথমশাৰীৰ কৰ্মীসকলৰ বাবে PPE, মাস্ক আৰু ৰেপিড টেষ্টিং কিট ক্ৰয়ৰ বাবে আগবঢ়ইছে।

Apply Now

তেওঁৰ এই বৰঙণিৰ বাতৰিটো বাণিজ্যিক বিশ্লেষক তৰণ আদৰ্শে শুকুৰবাৰে তেওঁৰ টুইটাৰত প্ৰকাশ কৰে।

‘’প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱাৰ পাছত অক্ষয় কুমাৰে বি এম চিক PPE, মাস্ক আৰু ৰেপিড টেষ্টিং কিট ক্ৰয়ত সহায়ক হোৱাৰ বাবে ৩ কোটি টকা আগবঢ়াইছে,’’-টুইটত তেওঁ সদৰী কৰে।

#Update: After contributing ₹ 25 cr to #PMCares, #AkshayKumar contributes ₹ 3 cr to #BMC to assist in the making of PPEs, masks and rapid testing kits… #COVID19Pandemic #CoronaVirus #Covid_19 #COVID19

— taran adarsh (@taran_adarsh) April 10, 2020


বৰঙণিৰ বাহিৰেও কুমাৰে COVID-19ৰ সন্দৰ্ভত সজাগতামূলক ভিডিঅ’ আৰু মেচেজ শ্বেয়াৰ তথা প’ষ্ট কৰি আহিছে।

তেওঁৰ ভিডিঅ’ আৰু বাৰ্তাসমূহত অক্ষয় কুমাৰে এই সংকটৰ সময়ত সুৰক্ষিত থকাৰ বাবে ল’বলগীয়া প্ৰয়োজনীয় পদক্ষেপ সম্পৰ্কে বিশদভাৱে কৈছে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে সংকটৰ সময়ত দেশ সেৱাত ব্ৰতী থকা লোকসকলক অভিনেতাগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰি সমাজৰ বাবে এক বাৰ্তা প্ৰেৰণ কৰিছিল।

অভিনেতাগৰাকীয়ে নিজৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি কৈছিল যে মই মোৰ মোৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষী, নগৰ নিগমৰ কৰ্মচাৰী, চিকিৎসক, নাৰ্চ, চৰকাৰী বিষয়া তথা এনেধৰণৰ কামত নিয়োজিত লোকসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

অক্ষয় কুমাৰে উক্ত টুইটোত নিজৰ নাম আৰু ঠিকনাও উল্লেখ কৰিইল। অক্ষয়ৰ সেই বিশেষ টুইটটো ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 25, 2026 10:51 am
ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

October 25, 2026 10:22 am
ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 25, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd