• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমুৱালে কিহে! কানাডাই নে সমালোচনাই! ভাৰতীয় হৃদয়েৰে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ খিলাড়ী কুমাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2023 7:16 pm
Akshay Kumar
8.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতলৈ ঘূৰিল খিলাড়ী অক্ষয় কুমাৰ। এইবাৰ বলীউদৰ কাহিনীত নহয়, নাগৰিকত্ব লৈয়ে দেশলৈ ঘূৰিল খিলাড়ী কুমাৰ। অভিনেতাগৰাকীৰ ভাষাতে তেওঁ সম্পূৰ্ণ ভাৰতীয় হৃদয়েৰে, ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে।

কানাডাৰ নাগৰিকত্বক লৈ সততে সমালোচনাৰ সন্মুখীন হোৱা অভিনেতাগৰাকীয়ে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসত ভাৰতীয় নাগৰিকত্ব লাভ কৰে।

পঞ্জীয়ন নথি শ্বেয়াৰ কৰি অক্ষয় কুমাৰে এক টুইট যোগে কয়, “হৃদয় ঔৰ নাগৰিকত্ব, দুয়োটাই ভাৰতীয়। স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল! জয় হিন্দ!”

খিলাড়ী খ্যাত অভিনেতাগৰাকী সততে তেওঁৰ কানাডাৰ নাগৰিকত্বক লৈ সমালোচনাৰ সন্মুখীন হৈছিল। মানুহে তেওঁৰ দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰিলে তেওঁ হতাশ অনুভৱ কৰে বুলি মন্তব্য কৰিছিল অক্ষয় কুমাৰে।

“ভাৰত মোৰ বাবে সকলো।। মই যি উপাৰ্জন কৰিছো, যি লাভ কৰিছো ইয়াৰ পৰাই। আৰু মোৰ সৌভাগ্য যে মই উভতাই দিয়াৰ সুযোগ পাওঁ।”– এক সাক্ষাৎকাৰত এইদৰে কৈছিল কুমাৰে।

মানুহে একো নজনাকৈ কথা ক’লে বেয়া লাগে বুলি হতাশা প্ৰকাশ কৰিছিল কুমাৰে। ২০১৯ চনত তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছিল যদিও ক’ভিড মহামাৰীৰ বাবে এই প্ৰক্ৰিয়া পিছুৱাই গৈছিল।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ পিছতে অক্ষয় কুমাৰৰ কানাডাৰ নাগৰিকত্ব বিতৰ্কৰ বিষয় হৈ পৰে।

লক্ষণীয়ভাৱে যোৱা সপ্তাহত ছবিগৃহত মুক্তি লাভ কৰিছে অক্ষয় কুমাৰৰ ‘OMG 2’। কুমাৰৰ লগতে পংকজ ত্ৰিপাঠী আৰু য়ামি গৌতমেও ছবিখনত অভিনয় কৰিছে।

Recent News

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd