• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ ডিচক’ভাৰীত বীয়েৰ গ্ৰেইলৰ সৈতে দেখা পোৱা যাব ছুপাৰষ্টাৰ অক্ষয় কুমাৰক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 21, 2020 1:32 pm

1 min read

এইবাৰ ডিচক’ভাৰীত বীয়েৰ গ্ৰেইলৰ সৈতে দেখা পোৱা যাব ছুপাৰষ্টাৰ অক্ষয় কুমাৰক
315
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তামিল ছুপাৰষ্টাৰ ৰজনীকান্তৰ পিছত এইবাৰ মোচন প’ষ্টাৰৰ ‘ইনটু ৱাইল্ড উইথ’ বীয়েৰ গ্ৰেইলৰ ডিচক’ভাৰীৰ জনপ্ৰিয় টিভি শ্ব’ত দেখা যাব বলিউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ।

অক্ষয় কুমাৰক এডভেঞ্চাৰ এণ্ড টি ভি হ’ষ্ট বীয়েৰ গ্ৰেইলৰ অতি জনপ্ৰিয় টিভি শ্ব’ ইনটু ৱাইল্ড উইথৰ পৰৱৰ্তি খণ্ড অৰ্থাৎ অহা ১১ ছেপ্তেম্বৰৰ নিশা ৮ বজাত ডিচক’ভাৰী প্লাছত সম্প্ৰচাৰিত হ’ব।

আনহাতে ডিচক’ভাৰীত ১৪ ছেপ্তেম্বৰৰ নিশা ৮ বজাত সম্প্ৰচাৰিত হ’ব বুলি জানিব পৰা যায়।

অক্ষয় কুমাৰৰ সৈতে গ্ৰেইলে এই বিশেষ এপিছ’ডটো বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভত শ্বুটিং কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে টাইগাৰ ৰিজাৰ্ভত চলা শ্বুটিঙৰ সময়ত অক্ষয় তুমাৰে বীয়েৰ গ্ৰেইলৰ সৈতে প্ৰায় ৬ ঘণ্টা সময় অতিবাহিত কৰে।

বিশেষ এপিছ’ডটোৰ প্ৰম’ ভিডিঅ’ কিছু সময় পূৰ্বে মুকলি কৰা হৈছে। প্ৰম’টো মুকলি কৰে অক্ষয় কুমাৰে।

টাইগাৰ ৰিজাৰ্ভৰ পাঁচটা বেলেগ বেলেগ ঠাইত শ্বুটিং কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে প্ৰম’ ভিডিঅ’ মুকলি হোৱাৰ পিছতে অক্ষয় কুমাৰৰ অনুৰাগী সকলে এই এপিছ’ডটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰজনীকান্তৰ তুলনাত অধিক মনোগ্ৰাহী হ’ব বুলি মন্তব্য কৰে।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd