• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্যৱান ভাৰতৰ বাবে ৰাজ্য চৰকাৰ আৰু সমাজসেৱী দাতাৰ সহযোগত ‘হেপ্পীনেছ কীট’ মুকলি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ

স্কুল পুনৰ মুকলি হোৱালৈ চৰকাৰী স্কুলৰ শিশুসকলৰ মাজত ছেপ্টেম্বৰ,২০২০ৰ শেষলৈ ১,০০,০০০ বহু-উপযোগী কিটছ বিতৰণৰ লক্ষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2020 11:51 am
Akshay Patra
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ১১৫ মিলিয়নশিশু অপুষ্টিৰ আশংকাত ভুগি থকাৰ সময়তে সমাজে এক ভয়াবহ পৰিস্থিতিৰ উদয় হোৱাৰ কথা স্বীকাৰ কৰাৰ সময় এতিয়া আহি পৰিছে।

যিহেতু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত বিশ্বৰ সৰ্ববৃহৎ স্কুল মধ্যাহ্ন ভোজন কাৰ্যসূচী কৰ’না ভাইৰাছ মহামাৰীৰ পৰিণতিত স্তব্ধ হৈ পৰিছে আৰু পৰিয়ালসমূহো দৰিদ্ৰতাৰ গ্ৰাসত পৰিছে, গতিকে সমাজৰ অভাৱগ্ৰস্ত শ্ৰেণীৰ শিশুসকল ভোক, অপুষ্টি আৰু অনাহাৰৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে।

Apply Now

সেয়ে, মহামাৰীৰ সময়ছোৱাত শিশুৰ পেটৰ ক্ষুধা নিবাৰণৰ লক্ষ্যৰে ফাউণ্ডেশ্যনে হেপ্পীনেছ কিট মুকলি কৰিছে। ইয়াৰ জৰিয়তে সমাজৰ দূৰ্বল শ্ৰেণীৰ শিশু আৰু তেওঁলোকৰ পৰিয়ালক সহায় আগবঢ়োৱা হ’ব।

হেপ্পীনেছ কিটত সন্নিবিষ্ট হ’ব শিশুৰ স্বাস্থ্য, বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজন হোৱা নিয়মীয়া আৰু অতি আৱশ্যক পুষ্টিৰে সমৃদ্ধ খাদ্য সামগ্ৰী। কীটত থকা দাইল, মছলা, চীনাবাদাম, গুড়, বিস্কুট আৰু অন্যান্য খাদ্য সামগ্ৰীয়ে শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ পুষ্টি গ্ৰহণত সহায় কৰিব।

শিশুৰ মাজত স্বচ্ছতাক প্ৰসাৰিত কৰিবলৈ কীটত সন্নিবিষ্ট হ’ব চাবোন, দাত ঘঁহা ব্ৰাছ, দাত ঘঁহা মলম আৰু ছেনিটেৰী পেড আদিৰ দৰে সামগ্ৰী। শিশুৰ জ্ঞান সম্বন্ধীয় দক্ষতা বৃদ্ধিৰ বাবে নিজৰ নিজৰ ভাষাৰ ক্ৰিয়াকলাপ-ভিত্তিক লাৰ্ণিং ৱৰ্কবুকো কীটত অন্তৰ্ভুক্ত কৰা হৈছে।

এই কীটত অত্যাৱশ্যকীয় পুষ্টিকৰ উপকৰণ যেনে, গ্লুক’জ, আইৰণ আৰু কেলচিয়াম, আয়োডিন, প্ৰ’টিন থাকিব, যিয়ে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব। প্ৰত্যেকটো কীটত থাকিব ৭১৭.৫ গ্ৰাম প্ৰ’টিন আৰু ২২,১৭৫ কেল’ৰি এনাৰ্জি। একেদৰে, প্ৰতিগৰাকী শিশুৱে ২৩.৯ গ্ৰাম প্ৰ’টিন আৰু ৭৩৯ কেল’ৰি এনাৰ্জিলাভ কৰিব।

গুৱাহাটীত ৩৮,৬৬৬গৰাকী আৰু বাংগালুৰুত ১,২০০গৰাকী স্কুলীয়া শিশুক লক্ষ্য কৰি আৰম্ভ কৰা হেপ্পীনেছ কীট পাইলট প্ৰকল্পৰ পৰা উৎসাহজনক সঁহাৰি লাভৰ পাছত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে দেশৰ ভিন্ন প্ৰান্তৰ মধ্যাহ্ন ভোজন উপভোক্তাৰ মাজত এই কাৰ্যসূচী বিস্তাৰিত কৰাৰ লক্ষ্য লয়। স্কুলৰ প্ৰাংগনত শিশুৰ অভিভাৱকৰ মাজত কীট বিতৰণ কৰা হয়।

হেপ্পীনেছ কীট সন্দৰ্ভত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীধৰ ভেংকটে কয়,“ভাৰতীয় হিচাপে আমি উন্নত মানৱ সম্পদ তৈয়াৰৰ ওপৰত গুৰুত্ব দিছো। এই ছেপ্টেম্বৰত আমি ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰিছো আৰু এনে ক্ষণত আমি হেপ্পীনেছ কীট মুকলি কৰিছো। ইয়াৰ জৰিয়তে আমি কোভিড-১৯ৰ বাবে স্কুল যাব নোৱাৰা শিশুৰ পুষ্টি আৰু শিক্ষাৰ অভাৱ দূৰ কৰাৰ প্ৰয়াস চলাইছো। ইয়াৰ বাবে আমি আমাৰ সমাজসেৱা দাতা Crompton Greaves Electricals Ltd, Franklin Templeton, India Carbon, CISCO, Amazon আৰু আন বহুতো কৰ্পোৰেট তথা ব্যক্তিগত দাতাক ধন্যবাদ জনাইছো। তেওঁলোকে আগুৱাই আহি আমাৰ সহযোগ কৰিলে।”

এতিয়ালৈকে বিতৰণ হোৱা কীটছৰ পৰিমাণ হল ১১,০০০। কীটছ বিতৰণৰ স্থানসমূহ হ’ল গুৱাহাটী, বাংগালুৰু, ভডোডৰা, ছিলভাছা, মুম্বাই, লক্ষ্ণৌ, হায়দৰাবাদ আৰু লক্ষ্ণৌ। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে স্কুল পুনৰ মুকলি নোহোৱা পৰ্যন্ত ৰাজ্যিক-ভিত্তিত এইদৰে হেপ্পীনেছ কীট বিতৰণ কৰি থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd