• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পৰম্পৰা ভংগ কৰি আধুনিকতাৰ দিশত এখোজ! চৌদী আৰৱত উপলব্ধ হ’ব সুৰা, গাহৰি মঙহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2022 7:45 pm
Alcohol and Pork in Saudi Arabia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ মুছলমানসকলৰ পীঠস্থান তথা হজৰত মহম্মদৰ জন্মস্থলী চৌদী আৰৱত উপলব্ধ হ’ব সুৰা। কেৱল সেয়াই নহয়, সুৰাৰ স’তে থাকিব গাহৰি মাংস আৰু জুৱাও।

মুছলমানসকলৰ বাবে চিৰবৰ্জিত এই তিনিবিধ বিশেষ খাদ্য আৰু অভ্যাস সম্প্ৰতি দেশখনত শ্বৰিয়া আইন অনুসৰি বেআইনী হৈ আছে।

Apply Now

কিন্তু এতিয়াৰে পৰা এইসমূহত কোনো বাধা নাথাকিব। এই কথা প্ৰকাশ কৰিছে চৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন ছলমানে৷

দ্যা আটলাণ্টিক নামৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখনি আলোচনীত দিয়া সাক্ষাৎকাৰত তেওঁ এই বিষয়ে সদৰী কৰিছে।

অৱশ্যে সমগ্ৰ চৌদী আৰৱ নহয়, কট্টৰ ইছলামিক দেশখনৰ এখন বিশেষ চহৰতহে এইসমূহ উপলব্ধ হ’ব। কিন্তু কিয় এই ব্যৱস্থা হাতত লোৱা হৈছে?

এই বিষয়ে যুৱৰাজ ছলমানে ব্যাখ্যা দাঙি ধৰে যে চৌদী আৰৱত বৰ্তমান ব্যাপক সংস্কাৰ চলাই থকা হৈছে। এই সংস্কাৰৰ যোগেৰে ইছলাম ধৰ্মৰ প্ৰকৃত শিক্ষালৈ উভতি যোৱা বুলি তেওঁ উল্লেখ কৰে।

তেওঁ কয় যে এয়াই আছিল পয়গম্বৰ মহম্মদে দেখুওৱা সঠিক আৰু মৌলিক পথ। ইছলামৰ এই পথটো এখন মুক্ত আৰু শান্তিপূৰ্ণ সমাজৰ।

হজৰতে মুছলমানসকলক সকলো সংস্কৃতি আৰু ধৰ্মক সন্মান কৰিবলৈ শিকাইছে বুলিও তেওঁ কয়।

ইয়াৰ উপৰিও সাক্ষাৎকাৰটোত চৌদি আৰৱৰ অৰ্থনীতিৰ উপৰতো যুৱৰাজ ছলমানে মন্তব্য কৰে। কয় যে দেশখনৰ উন্নতিৰ বাবে তেওঁ ভিজন ২০৩০ গ্ৰহণ কৰিছে।

এই অনুসৰি তেলৰ উপৰিও আন আন অৰ্থনৈতিক উৎসৰ পৰাও উপাৰ্জন বৃদ্ধি কৰাটো লক্ষ্য হিচাপে লোৱা হৈছে বুলি তেওঁ জনায়।

এই ভিজন ২০৩০ৰ অধীনত চৌদি আৰৱত এখন ক্ৰীড়া চহৰও নিৰ্মাণ কৰা হৈছে। এই চহৰখনতে সুৰা, জুৱা আৰু গাহৰিৰ মাংসৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব।

চহৰখনক চৌদী আৰৱৰ কট্টৰ চৰিয়া আইনৰ পৰা মুক্ত ৰখা হৈছে। চহৰখনলৈ অহা লোকসকলৰ পোছাক পৰিধানৰো কোনো বাধা-নিষেধ নাথাকিব।

মুছলমানসকলৰ পীঠস্থানত সুৰা, গাহৰি মাংসৰ দৰে খাদ্যক এইদৰে আঁকোৱালি লোৱাক লৈ সম্প্ৰতি তীব্ৰ চৰ্চা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd