• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বয়ফ্ৰেণ্ড ৰণবীৰ কাপুৰৰ পাছত ক’ভিড-১৯ত আক্ৰান্ত হ’ল আলিয়া ভাটো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2021 5:51 pm

1 min read

বয়ফ্ৰেণ্ড ৰণবীৰ কাপুৰৰ পাছত ক’ভিড-১৯ত আক্ৰান্ত হ’ল আলিয়া ভাটো
122
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ শৰীৰত ক’ভিড পজিটিভ পোৱা গৈছে।

এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ যোগেৰে অভিনেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে শেষৰাতি শ্বেয়াৰ কৰা ভাষ্যটোত ২৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে কভিড পজিটিভ হোৱাৰ পাছতে তেওঁ আইচলেচনত আছে।

চিকিৎসকৰ পৰামৰ্শ মানি তেওঁ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা বুলিও জনায়।

ইয়াৰ পূৰ্বে তেওঁৰ বয়ফ্ৰেণ্ড তথা অভিনেতা ৰণবীৰ কাপুৰো ক’ভিড পজিটিভ হৈছিল।

তদুপৰি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰো ক’ভিড পজিটিভ হোৱাৰ পাছত তেওঁ আৰোগ্য লাভ কৰিছে।

উল্লেখযোগ্য যে আলিয়াই ভাঞ্চালীৰ শেহতীয়া চিনেমা ‘গংগুবাই কাঠিৱাডি’ৰ মুখ্য ভূমিকাত  অৱতীৰ্ণ হৈছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰত ক’ভিড-১৯ৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটা দেখা গৈছে।

ৰাজ্যখনত ৰাতি ৮ বজাৰ পৰা ৭ বজালৈ নাইট কাৰ্ফিউ আৰোপ কৰা হৈছে।

ক’ভিড-১৯য়ে শেহতীয়াকৈ বলিউডকো চুই গৈছে।

ৰণবীৰ, ভাঞ্চালীৰ উপৰিও মিলিন্দ সুমন, আৰ মাধৱন, আমিৰ খান, ৰণবীৰ কাপুৰ, কাৰ্তিক আৰয়ান, ৰোহিত চৰফ, সিদ্ধাৰ্থ চতুৰ্বেদী, মনোজ বাজপেয়ী ৰণবীৰ শ্বৰেও ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd