• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আলিবাবাৰ ৭২ টা চাৰ্ভাৰেৰে ভাৰতীয়ৰ তথ্য চুৰি কৰিছে চীনে! : ভাৰতৰ চোৰাংচোৱাৰ বিস্ফোৰক দাবী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 17, 2020 7:34 am

2 min read

index
356
VIEWS
Share on FacebookShare on Twitter

কেৱল সীমান্তৰ আগ্ৰাসনতে সীমাৱদ্ধ হৈ থকা নাই চীন, চীনে এইবাৰ চাইবাৰ আক্ৰমণ কৰিছে ভাৰতক! এই দাবী ভাৰতৰ চোৰাংচোৱা সংস্থাৰ।

প্ৰতিবেশী ৰাষ্ট্ৰ চীনে ভাৰতীয়সকলৰ গোপন তথ্য সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।

উল্লেখ্য যে ইতিপূৰ্বে ভাৰতৰ গৃহ মন্ত্ৰণালয়ে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থ চীনৰ ১০০ টাতকৈও অধিক এণ্ড্ৰইড এপ্লিকেশ্যন ভাৰতত নিষিদ্ধ কৰিছিল।

ইয়াৰ পিছতো ভাৰতীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনত চীনে ভাৰতীয় লোকৰ গোপন তথ্য সৰবৰাহৰ তথ্য পোৰহলৈ আহিছে।

চোৰাংচোৱাৰ অভিযোগ অনুসৰি চীনৰ বহুজাতিক ব্যাণিজ্যিক সংস্থা আলিবাবাই ভাৰতীয় লোকৰ লগতে দেশৰ বিভিন্ন বাণিজ্যিক সংস্থাৰ গোপন তথ্য চীনক সৰবৰাহ কৰিছে।

আলিবাবাই ইয়াৰ বাবে ৭২ টা চাৰ্ভাৰ ব্যৱহাৰ কৰিছে বুলিও দাবী কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।

এই সন্দৰ্ভত মংগলবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চোৰাংচোৱাৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই কয় যে লোভনীয় অফাৰ দি দেশৰ বিভিন্ন বাণিজ্যিক সংস্থাক ফান্দত পেলাই আহিছে আলিবাবাই।

তেওঁৰ মতে ইউৰোপীয় চাৰ্ভাৰৰ তুলনাত চীনৰ চাৰ্ভাৰত তথ্য সংৰক্ষিত কৰাৰ মূল্য যথেষ্ট কম আৰু ভাৰতৰ সংস্থাসমূহে ইয়াৰেই ফান্দত ভৰি দিছে।

তেওঁ দাবী কৰে যে এক সুনিৰ্দিষ্ট পৰিকল্পনাৰে ভাৰতীসকলৰ গুৰুত্বপূৰ্ণ তথ্য চীনৰ ৰিমোট চাৰ্ভাৰলৈ সৰবৰাহ কৰা হয়।

ইফালে এই সম্পৰ্কে অতি শীঘ্ৰে তদন্ত আৰম্ভ কৰা হ’ব বুলিও জনাইছে চোৰাংচোৱাৰ সূত্ৰই।

ভাৰতীয় চোৰাংচোৱাই এই অভিযোগ উত্থাপন কৰাৰ পিছত এতিয়ালৈকে আলিবাবাৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

ইফালে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছিল যে চীনৰ ঝেনহুৱা ডাটা ইনফৰ্মেশ্যন টেক’নল’জি কোম্পানী লিমিটিডে ভাৰতীয় ৰাজনীতি, বিনোদন, ক্ৰীড়া, সংবাদ মাধ্যম আনকি অপৰাধী আৰু সন্ত্ৰাসবাদীৰ সম্পৰ্কীয় তথ্যও সংগ্ৰহ কৰিছে।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd