• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত ৭ জন নিহত; অগ্নিদগ্ধ ৰোগীক লৈ দিল্লীলৈ গৈ আছিল বিমানখন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 24, 2026 8:52 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত বিমানখনত থকা ৭ জন লোকৰে মৃত্যু হৈছে। সোমবাৰে নিশা ৰাঁচীৰ পৰা দিল্লী অভিমুখে বিমানখন উৰা মৰাৰ কিছুসময়ৰ পিছতে আকাশৰ পৰা অদৃশ্য হৈ পৰে। পিছত তালাচীৰ সময়ত চতৰা অঞ্চলৰ এখন ঘন অৰণ্যৰ পৰা ইয়াৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত আছে।

আৰক্ষীয়ে মৃত লোককেইজনৰ পৰিচয় নিশ্চিত কৰিছে। তেওঁলোক হ’ল কেপ্তেইন বিবেক বিকাশ ভগত, কেপ্তেইন স্বৰাজদীপ সিং, সঞ্জয় কুমাৰ, ডাঃ বিকাশ কুমাৰ গুপ্তা, শচীন কুমাৰ মিশ্ৰ, অৰ্চনা দেৱী আৰু ধুৰু কুমাৰ।

Apply Now

জানিব পৰা মতে বিমানখনত থকা ৰোগীজন আছিল ৪১ বছৰীয়া সঞ্জয় কুমাৰ। এটা দুৰ্ঘটনাত তেওঁৰ শৰীৰৰ ৬৩ শতাংশ জ্বলি যায়। আই চি ইউত চিকিৎসাধীন হৈ আছিল। উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সত দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। বাটতে সংঘটিত হয় এই দুৰ্ঘটনা।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এক বিবৃতিত কয় যে সন্ধিয়া ৭:৩৪ বজাত কলকাতা বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ স্থাপন কৰাৰ পিছত হঠাতে যোগাযোগ আৰু ৰাডাৰ দুয়োটা সংকেত হেৰাই যায়। সেই সময়ত এই বিমানখন বাৰাণসীৰ পৰা প্ৰায় ১০০ নটিকেল মাইল দক্ষিণ-পূবে আছিল। বিমানখনৰ টেইল নম্বৰ আছিল VT-AJV ।

প্ৰাথমিক অনুমান অনুসৰি বতৰ বেয়া হোৱাৰ বাবেই এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে। স্থানীয় বাসিন্দাসকলেও কয় যে সেই সময়ত অঞ্চলটোত প্ৰচণ্ড বতাহ-বৰষুণ, বজ্ৰপাত আৰু ঢেৰেকনি আছিল। তেওঁলোকে কয় যে বিমানখন আকাশৰ পৰা প্ৰচণ্ড শব্দৰ সৈতে বাগৰি পৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছত জিলা প্ৰশাসনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। দুৰ্ঘটনাটোৰ তদন্তৰ বাবে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ বিশেষ দল এটাকো মাতি অনা হৈছে।

ডিজিচিএই জনোৱা মতে, তদন্তৰ অগ্ৰগতিৰ বিষয়ে অধিক তথ্য পিছত প্ৰদান কৰা হ’ব। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd