• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ বিজেপিত যোগদান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 5, 2019 8:48 pm

1 min read

সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ বিজেপিত যোগদান
165
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম বাঙালী যুৱ ফেডাৰেছনৰ উপদেষ্টা তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্ণ সমৰ্থক সুকুমাৰ বিশ্বাসে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আজি পুৱা ভাৰতীয় জনতা পাৰ্টীৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে নেতাজনে দলটোত যোগদান কৰে।

উল্লেখযোগ্য যে সুযোগ সন্ধানী নেতাজনে ইয়াৰ পূৰ্বে ২০১৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি ২০১৭ চনত পদত্যাগ কৰিছিল। নির্বাচনৰ পূৰ্বে সুযোগৰ সন্ধানত দল বাগৰি ফুৰা নেতাজনে বিজেপিত যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। দলত যোগদান কৰিয়ে নেতাজন মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা যায়।

‘এজন দক্ষ প্ৰধান মন্ত্ৰীয়ে দেশখন চলাই আছে। এক শক্তিশালী ৰূপত ভাৰতক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিলে। দীৰ্ঘ বিৰতিৰ অন্তত ভাৰতবাসীৰ মনত দেশপ্ৰেম জগাই তোলাত আটাইতকৈ সফল হৈছে নৰেন্দ্ৰ মোদী। সেয়েহে মই এনে এটা দলত যোগদান কৰিলো।” মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ সংবাদমাধ্যমৰ আগত বিশ্বাসে এইদৰে মন্তব্য কৰে।

সুকুমাৰ বিশ্বাসৰ লগত বঙালী যুৱ ফেডাৰছনৰ সাধাৰণ সম্পাদক সলিল দেয়ো বিজেপিত যোদদান কৰে। উল্লেখযোগ্য যে সদৌ অসম বঙালী যুৱ ফেডাৰেছনৰ লগত তেওঁ ২৪ বছৰ ধৰি জড়িত আছিল।

Tags: নিৰ্বাচন ২০১৯

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd