DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত আজিৰে পৰা সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ আৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 28, 2019 2:37 pm
শিৱসাগৰত আজিৰে পৰা সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ আৰম্ভ
339
VIEWS
Share on FacebookShare on Twitter

সাংস্কৃতিক নগৰী শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতা। শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু স্বেচ্ছাসেৱা অনুষ্ঠান পথিকৃত, ৰংমন, খোজ, যুগান্তৰ, বিহু সুৰক্ষা সমিতি, অসম আৰু মাহেকীয়া বাৰ্তালোচলী ৰংপুৰ বাৰ্তাৰ সহযোগত শিৱসাগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত এই শিশু নাট সমাৰোহ আজি পুৱা পতকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়।

পতকা উত্তোলন কৰে নাট সমাৰোহ উদযাপন সমিতিৰ সভাপতি ডা০ সুকল্যান দাসে। স্মৃতি তৰ্পণ কৰে শিৱসাগৰ নাট্য বিদ্যালয়ৰ কাৰ্যকৰী সভাপতি ডা০ বিমান গগৈ, নাট সমাৰোহ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ক্ৰমে নৰেন চেতিয়া আৰু দিলীপ চাংমায়ে।

অষ্টম বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহৰ উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে। ইয়াৰ পিছতে আৰম্ভ হয় সদৌ অসম ভিত্তিত অনুষ্ঠিত শিশু নাট সমাৰোহৰ। অসমৰ সৰ্বমুঠ ৩৩ টা দলে অংশ গ্ৰহণ কৰিবলগীয়া এই নাট সমাৰোহত আজি প্ৰথম দিনাৰ প্ৰতিযোগিতাত ১৬ টা নাট্য দলে অংশ গ্ৰহণ কৰিব।

নাট সমাৰোহৰ সমান্তৰাল কৈ অনুষ্ঠিত হ’ব এক সম্বৰ্ধনা অনুষ্ঠান। বিয়লি ৩ বজাত অনুষ্ঠিত হ’বলগীয়া এই সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰিব অনুৰাগ শৰ্মাই। জিলাখনৰ নাট্য আৰু সাংস্কৃতিক জগতত বৰঙণি আগবঢ়োৱা ৯ গৰাকী ব্যক্তি ক্ৰমে প্ৰশান্ত শৰ্মা, অনুজ ৰাজখোৱা, দিলীপ শইকীয়া, প্ৰণতি মহন, ৰঞ্জিমা দত্ত, হৰিহৰ প্ৰসাদ চাহু, জীৱন দে,  ৰুৱী মিলি আৰু বৈকুণ্ঠ দাসক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হ’ব।

Recent News

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

New case against Lalu Prasad Yadav

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

বুল্লুটত ভূমি বিবাদক কেন্দ্ৰ কৰি দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত শিশু-মহিলাসহ ৫ জনকৈ লোক

বুল্লুটত ভূমি বিবাদক কেন্দ্ৰ কৰি দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত শিশু-মহিলাসহ ৫ জনকৈ লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd