• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিযুক্তি ব’ৰ্ডলৈ শিক্ষা বিভাগে প্ৰতিবন্ধীৰ বেকলগ পদৰ তথ্য প্ৰেৰণ নকৰাৰ অভিযোগ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 13, 2019 11:13 pm
অসম প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সংবাদমেল।

অসম প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধীসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি শিক্ষা বিভাগত প্ৰতিবন্ধীসকলৰ বাবে খালী হৈ থকা পদৰ তথ্য দিয়া নাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিভাগটোৱে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষাৰ সন্থাৰ।

Apply Now

প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে কৰা আন্দোলনৰ পিছত যোৱা বছৰৰ ৯ অক্টোবৰত ৰাজ্যিক কেবিনেটে প্ৰতিবন্ধী সকলৰ বেকলগ পদসমূহ পূৰণৰ বাবে সিদ্ধান্ত লৈছিল আৰু তাৰ বাবে আৰক্ষীৰ নিযুক্তিৰ ব’র্ডক দায়িত্ব দিছিল।

কেবিনেটে প্ৰতিটো বিভাগক প্ৰতিবন্ধীসকলে লাভ কৰিব লগীয়া পদৰ তথ্য  আৰক্ষীৰ নিযুক্তি ব’র্ডক এক সপ্তাহৰ ভিতৰত প্ৰদান কৰাৰ নির্দেশ দিছিল।

কিন্তু এই নির্দেশৰ পাছতো চৰকাৰৰ বহুকেইটা বিভাগে আজিলৈকে নিযুক্তি ব’ৰ্ডক খালী পদৰ প্ৰকৃত তথ্য প্ৰেৰণ নকৰিলে, সংবাদমেলত এই অভিযোগ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সন্থাই।

শিক্ষা বিভাগৰ বিৰুদ্ধে অসম্পূৰ্ণ তথা ভুল তথ্য দিয়াৰ অভিযোগেৰে সন্থাটোৰ সম্পদাক নৃপেন মালাকাৰে কয়, “উচ্চ মাধ্যমিক শিক্ষাত ৰাজ্যৰ ২১খন জিলাত শিক্ষকৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গত প্ৰতিবন্ধীসকলে পাব লগা পদৰ সংখ্যা ৩৭৫২টা। প্ৰাথমিক শিক্ষাত প্ৰতিবন্ধীসকলে পাব লগা পদৰ সংখ্যা ২৮৯৭টা। অৰ্থাৎ  শিক্ষা বিভাগত কেৱল ২১খন জিলাত প্ৰতিবন্ধীসকলে পাব লগা মুঠ পদৰ সংখ্যা ৬৬২৯টা। কিন্তু পৰিতাপৰ কথা এই যে শিক্ষা মন্ত্ৰী সিদ্ধাথ ভট্টাচাৰ্যৰ শিক্ষা বিভাগে নিযুক্তিৰ ব’ৰ্ডলৈ মাত্ৰ ১০৫টা পদৰ তথ্যহে প্ৰেৰণ কৰে”।

এই সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত পুনৰ যোৱা ২০১৮বর্ষৰ ২১ডিচেম্বৰত প্ৰতিবন্ধী সুৰক্ষা সন্থা আলোচনাত মিলিত হৈছিল। তাৰ পাছত মুখ্য মন্ত্ৰী সোণোৱালে পুনৰ খালী পদৰ তালিকা শীঘ্ৰে বিভাগ সমূহক প্ৰেৰণ কৰাৰ নির্দেশ দিছিল যদিও এই নির্দেশকো কেৰেপ নকৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য শিক্ষা বিভাগে।

ফলত চলিত বৰ্ষৰ ২৬ আগষ্টত কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবন্ধী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ সৈতে পুনৰ আলোচনাত মিলিত হয় সন্থাটো। উক্ত আলোচনাতে শিক্ষা বিভাগত খালী হৈ থকা কিছু পদৰ সংখ্যা সংগঠনটোৰ আগত আয়ুক্ত সচিবজনে উল্লেখ কৰিছিল।

সেই অনুসৰি উচ্চতৰ মাধ্যমিকত বিষয় শিক্ষক পদত ১৪২টা, উচ্চ মাধ্যমিক বিদ্যালয়ত ২২৩টা নিযুক্তিৰ বাবে সাজু কৰিব বুলি জানিবলৈ দিছিল।

ইয়াৰ উপৰি উচ্চমাধ্যমিক বিদ্যালয় সমূহত খালী হৈ থকা ১৩৫টা তৃতীয় বৰ্গৰ আৰু২২৪টা চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে নিযুক্তি দিব পৰা অৱস্থাত আছে বুলি জানিবলৈ দিছিল আয়ুক্ত সচিব প্ৰীতম শইকীয়াই।

এই আলোচনাতে প্ৰতিবন্ধীসকলৰ বাবে ২০২০ চনৰ জানুৱাৰি মাহৰ ভিতৰতে বিশেষ টে’ট পৰীক্ষাৰ অনুষ্ঠিত আশ্বাস প্ৰদান কৰিছিল বিষয়াজনে।

কিন্তু দুৰ্ভাগ্যৰ কথা যে আলোচনাৰ দুটা সপ্তাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা বিভাগে কোনো পত্ৰ প্ৰেৰণ নকৰিলে। এই সন্দৰ্ভত সংগঠনৰ একাংশ নেতৃত্বই শিক্ষা বিভাগত খবৰ কৰিবলৈ যাওঁতে আয়ুক্তগৰাকীৰ ব্যক্তিগত সচিবে দুৰ্ব্যৱহাৰ কৰা বুলি আজি সংবাদ মেলত অভিযোগ কৰে নৃপেন মালাকাৰে।

আনহাতে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিবলৈ লোৱা টে’ট পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত ৰাজ্যৰ প্ৰতিবন্ধীসকলৰ পৰাও ৩০০টকাকৈ মাচুল লোৱা বিষয়টোকো তীব্ৰ ভাষাৰে সমালোচনা কৰে মালাকাৰে।

 

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd